হেঙুল আকাশ, ক’লা চাইকেল আৰু এজন আৰোহী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
হেঙুল আকাশ, ক’লা চাইকেল আৰু এজন আৰোহী  
গ্ৰন্থখনৰ বেটুপাত
লেখক হীৰেন গোহাঁই
প্ৰচ্ছদ শিল্পী মনজিৎ ৰাজখোৱা
দেশ ভাৰতভাৰত
ভাষা অসমীয়া
প্ৰকাৰ আত্মজীৱনী
প্ৰকাশক বনলতা
প্ৰকাশ নৱেম্বৰ,২০০৭
মিডিয়া প্ৰকাৰ মুদ্ৰণ
পৃষ্ঠা সংখ্যা ২২৪
আই.এচ.বি.এন. 978-81-7339-402-7

হেঙুল আকাশ, ক’লা চাইকেল আৰু এজন আৰোহী হীৰেন গোহাঁইৰ এখন আত্মজীৱনী।[1] হীৰেন গোহাঁইৰ সৰ্বমুঠ চাৰিখন আত্মজীৱনী আছে। এইখন আত্মজীৱনীৰ দ্বিতীয় খণ্ড। প্ৰথম প্ৰকাশ হৈছিল ২০০৭ চনত। গ্ৰন্থখনত মুঠ ৩০টা অধ্যায় আছে। গ্ৰন্থখনৰ মুঠ পৃষ্ঠা সংখ্যা-২২৪।[2] আত্মজীৱনীৰ আন খণ্ডকেইখন হৈছে: বতাহত ক’ৰ গধূলি গোপাল, সপোনৰ দিকচৌ বনত, আৰু ইমান তিতা সাগৰৰ পানী

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "অসমীয়া ভাষা-সাহিত্যৰ প্ৰথম". বিকাশপেডিয়া. http://as.vikaspedia.in/education/childrens-corner/9959c198799c-9ae99e9cd99a/9859b89ae9c09be-9ad9be9b79be-9b89be9b99bf9a49cd9af9f0-9aa9cd9f09a59ae। আহৰণ কৰা হৈছে: ১৪ আগষ্ট ২০১৯. 
  2. হেঙুল আকাশ, কʼলা চাইকেল, এজন আৰোহী-ড° হীৰেন গোহাঁই; দ্বিতীয় পৰিৱৰ্ধিত প্ৰকাশ: জুন,২০০৮ চন