বতাহত ক’ৰ গধূলি গোপাল

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বতাহত ক’ৰ গধূলি গোপাল  
লেখক হীৰেন গোহাঁই
দেশ ভাৰতভাৰত
ভাষা অসমীয়া
প্ৰকাৰ আত্মজীৱনী
প্ৰকাশ ২০০৫
মিডিয়া প্ৰকাৰ মুদ্ৰণ

বতাহত ক’ৰ গধূলি গোপাল হীৰেন গোহাঁইৰ প্ৰথম প্ৰকাশিত আত্মজীৱনী।[1][2] হীৰেন গোহাঁইৰ সৰ্বমুঠ চাৰিখন আত্মজীৱনী আছে। এইখন আত্মজীৱনীৰ প্ৰথম খণ্ড। প্ৰথম প্ৰকাশ হৈছিল ২০০৫ চনত। গ্ৰন্থখনত মুঠ ২৯টা অধ্যায় আছে। গ্ৰন্থখনৰ তৃতীয় সংস্কৰণৰ মুঠ পৃষ্ঠা সংখ্যা-৩৭৬। আত্মজীৱনীৰ আন খণ্ডকেইখন হৈছে: হেঙুল আকাশ, ক’লা চাইকেল আৰু এজন আৰোহী, সপোনৰ দিকচৌ বনত, আৰু ইমান তিতা সাগৰৰ পানী

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Dr. Hiren Gohain. Botahot Kor Godhuli Gopal. Banalata Prakashan. https://www.scientiabooks.in/product/sci2381-botahot-kor-godhuli-gopal/. 
  2. Dr. Hiren Gohain. Botahot Kor Godhuli Gopal. Banalata Prakashan. Archived from the original on 2019-08-14. https://web.archive.org/web/20190814170222/https://banalata.in/home/72-botahot-kor-godhuli-gopal.html। আহৰণ কৰা হৈছে: 2019-08-14.