সমললৈ যাওক

উত্তৰ-পূব অঞ্চল (পুনৰ্গঠন) আইন, ১৯৭১

অসমীয়া ৱিকিপিডিয়াৰ পৰা
উত্তৰ-পূব অঞ্চল (পুনৰ্গঠন) আইন, ১৯৭১
দীঘল শিৰোনাম
  • মণিপুৰ আৰু ত্ৰিপুৰা ৰাজ্য প্ৰতিষ্ঠাৰ ব্যৱস্থা আৰু বৰ্তমানৰ অসম ৰাজ্যৰ পুনৰ্গঠন কৰি মেঘালয় ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল মিজোৰাম আৰু অৰুণাচল প্ৰদেশৰ গঠন আৰু ইয়াৰ সৈতে সম্পৰ্কিত বিষয়বোৰৰ বাবে প্ৰণয়ন কৰা এখন আইন।
ভাষ্য [1]
প্ৰণয়নকাৰী ভাৰতৰ সংসদ
প্ৰণয়ন হয় ৩০ ডিচেম্বৰ ১৯৭১
স্থিতি: অজ্ঞাত
আইনখন গৃহীত হোৱাৰ পাছত উত্তৰ পূৰ্বাঞ্চলৰ মানচিত্ৰ

উত্তৰ-পূব অঞ্চল (পুনৰ্গঠন) আইন, ১৯৭১ (ইংৰাজী: North-Eastern Areas (Reorganisation) Act, 1971) ভাৰতৰ উত্তৰ-পূব অঞ্চলৰ সীমাক ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত বিভাজিত কৰাৰ এক বৃহৎ সংস্কাৰ আছিল।

পৰিৱৰ্তনৰ প্ৰভাৱ

[সম্পাদনা কৰক]
  • মণিপুৰ আৰু ত্ৰিপুৰা ৰাজ্যৰ প্ৰতিষ্ঠা। পূ্ৰ্বে সেইবোৰ কেন্দ্ৰীয় শাসিত অঞ্চল আছিল।
  • মেঘালয় ৰাজ্যৰ প্ৰতিষ্ঠা। পূৰ্বে ই অসমৰ স্বায়ত্তশাসিত অংশ আছিল।
  • কেন্দ্ৰীয় শাসিত অঞ্চল- মিজোৰাম আৰু অৰুণাচল প্ৰদেশৰ গঠন।
  • উপৰোক্ত পৰিৱৰ্তনৰ ফলত অসম ৰাজ্যৰ ক্ষেত্ৰফল হ্ৰাস।
  • নতুনকৈ সৃষ্টি হোৱা ভূখণ্ডৰ বাবে লোকসভা আৰু ৰাজ্যসভাৰ আসন আবণ্টন।
  • নতুনকৈ সৃষ্টি হোৱা ভূখণ্ডৰ বাবে বিধানসভাৰ আসন আবণ্টন।
  • ১৯৭১ চনৰ মূল আইনখনত অসম, নাগালেণ্ড, মেঘালয়, মণিপুৰ আৰু ত্ৰিপুৰাৰ বাবে উমৈহতীয়া উচ্চ ন্যায়ালয়ৰ ব্যৱস্থা থকাৰ বিপৰীতে ২০১২ চনৰ সংশোধনীৰ ফলত ২০১৩ চনৰ মাৰ্চ মাহত মেঘালয়, মণিপুৰ আৰু ত্ৰিপুৰাৰ বাবে পৃথক উচ্চ ন্যায়ালয়ৰ সৃষ্টি কৰা হয়।
  • বাকী পৰিৱৰ্তিত ভূখণ্ডৰ বাবে নতুন, উমৈহতীয়া উচ্চ ন্যায়ালয়ৰ সৃষ্টি।

কেন্দ্ৰীয় শাসিত অঞ্চলক ৰাজ্যৰ মৰ্যদা প্ৰদান

[সম্পাদনা কৰক]

লগতে চাওক

[সম্পাদনা কৰক]

তথ্যউৎস

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]