ঋত্বিকা সেন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ঋত্বিকা সেন
জন্ম ঋত্বিকা সেন
০৫ ডিচেম্বৰ, ১৯৯৭ (২৬ বছৰ)
কলিকতা, পশ্চিমবংগ, ভাৰত
শিক্ষা ইন্দিৰা গান্ধী সোঁৱৰণী উচ্চ মাধ্যমিক বিদ্যালয়, দমদম
পেচা অভিনেত্ৰী, মডেল
সক্ৰিয় হৈ থকা সময় ২০১২–বৰ্তমান

ঋত্বিকা সেন এগৰাকী ভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰী আৰু মডেল। তেওঁ মূলতঃ বাংলা আৰু তামিল ছবিত অভিনয় কৰে।[1][2][3] কলিকতা টাইমছৰ ২০১৫ চনৰ আটাইতকৈ বাঞ্ছনীয় মহিলাৰ তালিকাত তেওঁৰ নাম আছিল।[4]

কৰ্মজীৱন[সম্পাদনা কৰক]

২০১২ চনত শ্ব’বিজ উদ্যোগত ১০০% লাভ চিনেমাখনৰ জৰিয়তে ঋত্বিকা সেনে ছবিজগতৰ যাত্ৰা আৰম্ভ কৰিছিল। চিনেমাখনত জিৎ আৰু কোয়েল মল্লিকৰ সৈতে তেওঁ শিশু অভিনেত্ৰী হিচাপে অভিনয় কৰিছিল। একে বছৰতে দেব আৰু পূজা বসুৰ অভিনীত চেলেঞ্জ ২ চিনেমাত অভিনয় কৰে ঋত্বিকাই। ২০১৪ চনত ৰাজ চক্ৰৱৰ্তীৰ পৰিচালনাত নিৰ্মিত বৰবাদ শীৰ্ষক ছবিখনত মূলসুঁতিৰ চৰিত্ৰত অভিনয় কৰিছিল। সেই বছৰতে ঋত্বিকাই মাছুম চিনেমাত অভিনয় কৰিছিল।

চলচ্চিত্ৰপঞ্জী[সম্পাদনা কৰক]

এতিয়াও মুক্তি নোপোৱা চলচ্চিত্ৰসমূহক বুজায়

সকলো ছবি বাংলা ভাষাত, ভাষাটো অন্যথা উল্লেখ কৰা হৈছে।

বছৰ চলচ্চিত্ৰ ভূমিকা সন্দৰ্ভ
২০১২ ১০০% লাভ ছোনিয়া [5]
চেলেঞ্জ ২ লিজা [6]
২০১৪ মাছুম টুইংকল [7]
বৰবাদ নন্দিনী [8][9]
২০১৫ আসছে বছৰ আবাৰ হবে পিউ [5]
আৰ্শীনগৰ জুলেখা খান [10]
২০১৬ তুই যে আমাৰ
২০১৭ জিও পাগলা শশী [11]
২০১৮ ৰাজা ৰাণী ৰাজী ঈশ্বা [12]
ভিলেন স্নেহা
বাঘ বন্দি খেলা অদিতি ৰায়
২০১৯ শ্বাহজাহান ৰিজেন্সি সুপ্ৰিতা
ভূতচক্ৰ প্ৰাইভেট লিমিটেড খুশী
অ' বন্ধু আমাৰ
২০২০ ডাগালটি মাল্লী তামিল চলচ্চিত্ৰ[13]
লাভ ষ্ট'ৰী ৰঞ্জা
নাংগা ৰোম্বা বিজি মীৰা তামিল টেলিভিছনৰ চলচ্চিত্ৰ
২০২১ মিছ কল
আমাৰ চেলেঞ্জ
২০২২ প্ৰথম বাৰেৰ প্ৰথম দেখা বাংলা চলচ্চিত্ৰ
২০২৩ নাগমতী
কোথায় তুমি

বঁটা আৰু দূৰদৰ্শন[সম্পাদনা কৰক]

  • ২০১৬ চনত "আৰ্শীনগৰ" ছবিৰ বাবে ৰাইজিং ষ্টাৰ চিনেমাৰ টেলি চিনে বঁটাৰে সন্মানিত হয়
  • বৌ কথা কও মিলি হিচাপে (পিছলৈ তাৰ ঠাইত দৰ্শনা বনিকক নিযুক্তি দিয়া হয়) (২০০৯)
  • পৰী ৰাণীৰ চৰিত্ৰত বেদেৰ মেয়ে জ্যোৎস্না (২০১৯)

তথ্য উৎস[সম্পাদনা কৰক]

  1. "A different future". http://www.telegraphindia.com/1151231/jsp/opinion/story_61312.jsp#.V91JKjYRpo4। আহৰণ কৰা হৈছে: 17 September 2016. 
  2. "Aparna Sen speaks on Arshinagar - The Hindu". http://www.thehindu.com/opinion/interview/aparna-sen-speaks-on-arshinagar/article8005317.ece। আহৰণ কৰা হৈছে: 17 September 2016. 
  3. Ruman Ganguly (February 2014). "Dev's Juliet would avoid him!". http://timesofindia.indiatimes.com/entertainment/bengali/movies/news/Devs-Juliet-would-avoid-him/articleshow/46242752.cms। আহৰণ কৰা হৈছে: 17 September 2016. 
  4. "Presenting, Calcutta Times Most Desirable Women 2015". April 2016. http://timesofindia.indiatimes.com/entertainment/bengali/movies/news/Presenting-Calcutta-Times-Most-Desirable-Women-2015/articleshow/51975875.cms। আহৰণ কৰা হৈছে: 17 September 2016. 
  5. 5.0 5.1 "Arjun Chakrabarty starrer Asche Bochor Abar Hobe set to release this July". The Times of India. 11 January 2017. https://timesofindia.indiatimes.com/entertainment/bengali/movies/news/Arjun-Chakrabarty-starrer-Asche-Bochor-Abar-Hobe-set-to-release-this-July/articleshow/19967947.cms. 
  6. "'Raja Rani Raji' is all set for its world TV premiere". The Times of India. 6 May 2018. https://timesofindia.indiatimes.com/tv/news/bengali/raja-rani-raji-is-all-set-for-its-world-tv-premiere/articleshow/64030458.cms. 
  7. Madhusree Ghosh (20 March 2014). "MASOOM MOVIE REVIEW". The Times of India. https://timesofindia.indiatimes.com/entertainment/bengali/movie-reviews/masoom/movie-review/30109766.cms. 
  8. Shoma A. Chatterji (5 September 2014). "Borbaad (Bengali) Good action, weak performances". The Indian Express (Mumbai). http://indianexpress.com/article/entertainment/screen/borbaad-bengali-good-action-weak-performances/. 
  9. Madhusree Ghosh (10 May 2016). "BORBAAD MOVIE REVIEW". The Times of India. https://timesofindia.indiatimes.com/entertainment/bengali/movie-reviews/borbaad/movie-review/40370217.cms. 
  10. Anindita Acharya (22 December 2015). "Arshinagar trailer: Watch Aparna Sen's Romeo and Juliet adaptation". Hindustan Times. http://www.hindustantimes.com/regional-movies/arshinagar-trailer-watch-aparna-sen-s-romeo-and-juliet-adaptation/story-Rtc1WNAdZ1nNvii3kSLMkJ.html। আহৰণ কৰা হৈছে: 14 May 2018. 
  11. "Celebs galore at Jio Pagla music launch". The Times of India. 12 October 2018. https://timesofindia.indiatimes.com/entertainment/bengali/movies/news/celebs-galore-at-jio-pagla-music-launch/articleshow/61050768.cms. 
  12. "'Raja Rani Raji' new song sets the tune to get into the mood". The Times of India. 14 March 2018. https://timesofindia.indiatimes.com/entertainment/bengali/movies/news/raja-rani-raji-new-song-sets-the-tune-to-get-into-the-mood/articleshow/63301834.cms. 
  13. "DAGAALTY". British Board of Film Classification. https://bbfc.co.uk/releases/dagaalty-film. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]