ঋত্বিকা সেন
অৱয়ব
ঋত্বিকা সেন | |
---|---|
জন্ম | ঋত্বিকা সেন ০৫ ডিচেম্বৰ, ১৯৯৭ (২৭ বছৰ) কলিকতা, পশ্চিমবংগ, ভাৰত |
শিক্ষা | ইন্দিৰা গান্ধী সোঁৱৰণী উচ্চ মাধ্যমিক বিদ্যালয়, দমদম |
পেচা | অভিনেত্ৰী, মডেল |
সক্ৰিয় হৈ থকা সময় | ২০১২–বৰ্তমান |
ঋত্বিকা সেন এগৰাকী ভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰী আৰু মডেল। তেওঁ মূলতঃ বাংলা আৰু তামিল ছবিত অভিনয় কৰে।[1][2][3] কলিকতা টাইমছৰ ২০১৫ চনৰ আটাইতকৈ বাঞ্ছনীয় মহিলাৰ তালিকাত তেওঁৰ নাম আছিল।[4]
কৰ্মজীৱন
[সম্পাদনা কৰক]২০১২ চনত শ্ব’বিজ উদ্যোগত ১০০% লাভ চিনেমাখনৰ জৰিয়তে ঋত্বিকা সেনে ছবিজগতৰ যাত্ৰা আৰম্ভ কৰিছিল। চিনেমাখনত জিৎ আৰু কোয়েল মল্লিকৰ সৈতে তেওঁ শিশু অভিনেত্ৰী হিচাপে অভিনয় কৰিছিল। একে বছৰতে দেব আৰু পূজা বসুৰ অভিনীত চেলেঞ্জ ২ চিনেমাত অভিনয় কৰে ঋত্বিকাই। ২০১৪ চনত ৰাজ চক্ৰৱৰ্তীৰ পৰিচালনাত নিৰ্মিত বৰবাদ শীৰ্ষক ছবিখনত মূলসুঁতিৰ চৰিত্ৰত অভিনয় কৰিছিল। সেই বছৰতে ঋত্বিকাই মাছুম চিনেমাত অভিনয় কৰিছিল।
চলচ্চিত্ৰপঞ্জী
[সম্পাদনা কৰক]এতিয়াও মুক্তি নোপোৱা চলচ্চিত্ৰসমূহক বুজায় |
সকলো ছবি বাংলা ভাষাত, ভাষাটো অন্যথা উল্লেখ কৰা হৈছে।
বছৰ | চলচ্চিত্ৰ | ভূমিকা | সন্দৰ্ভ |
২০১২ | ১০০% লাভ | ছোনিয়া | [5] |
চেলেঞ্জ ২ | লিজা | [6] | |
২০১৪ | মাছুম | টুইংকল | [7] |
বৰবাদ | নন্দিনী | [8][9] | |
২০১৫ | আসছে বছৰ আবাৰ হবে | পিউ | [5] |
আৰ্শীনগৰ | জুলেখা খান | [10] | |
২০১৬ | তুই যে আমাৰ | ||
২০১৭ | জিও পাগলা | শশী | [11] |
২০১৮ | ৰাজা ৰাণী ৰাজী | ঈশ্বা | [12] |
ভিলেন | স্নেহা | ||
বাঘ বন্দি খেলা | অদিতি ৰায় | ||
২০১৯ | শ্বাহজাহান ৰিজেন্সি | সুপ্ৰিতা | |
ভূতচক্ৰ প্ৰাইভেট লিমিটেড | খুশী | ||
অ' বন্ধু আমাৰ | |||
২০২০ | ডাগালটি | মাল্লী | তামিল চলচ্চিত্ৰ[13] |
লাভ ষ্ট'ৰী | ৰঞ্জা | ||
নাংগা ৰোম্বা বিজি | মীৰা | তামিল টেলিভিছনৰ চলচ্চিত্ৰ | |
২০২১ | মিছ কল | ||
আমাৰ চেলেঞ্জ | |||
২০২২ | প্ৰথম বাৰেৰ প্ৰথম দেখা | বাংলা চলচ্চিত্ৰ | |
২০২৩ | নাগমতী | ||
কোথায় তুমি |
বঁটা আৰু দূৰদৰ্শন
[সম্পাদনা কৰক]- ২০১৬ চনত "আৰ্শীনগৰ" ছবিৰ বাবে ৰাইজিং ষ্টাৰ চিনেমাৰ টেলি চিনে বঁটাৰে সন্মানিত হয়
- বৌ কথা কও মিলি হিচাপে (পিছলৈ তাৰ ঠাইত দৰ্শনা বনিকক নিযুক্তি দিয়া হয়) (২০০৯)
- পৰী ৰাণীৰ চৰিত্ৰত বেদেৰ মেয়ে জ্যোৎস্না (২০১৯)
তথ্য উৎস
[সম্পাদনা কৰক]- ↑ "A different future". http://www.telegraphindia.com/1151231/jsp/opinion/story_61312.jsp#.V91JKjYRpo4। আহৰণ কৰা হৈছে: 17 September 2016.
- ↑ "Aparna Sen speaks on Arshinagar - The Hindu". http://www.thehindu.com/opinion/interview/aparna-sen-speaks-on-arshinagar/article8005317.ece। আহৰণ কৰা হৈছে: 17 September 2016.
- ↑ Ruman Ganguly (February 2014). "Dev's Juliet would avoid him!". http://timesofindia.indiatimes.com/entertainment/bengali/movies/news/Devs-Juliet-would-avoid-him/articleshow/46242752.cms। আহৰণ কৰা হৈছে: 17 September 2016.
- ↑ "Presenting, Calcutta Times Most Desirable Women 2015". April 2016. http://timesofindia.indiatimes.com/entertainment/bengali/movies/news/Presenting-Calcutta-Times-Most-Desirable-Women-2015/articleshow/51975875.cms। আহৰণ কৰা হৈছে: 17 September 2016.
- ↑ 5.0 5.1 "Arjun Chakrabarty starrer Asche Bochor Abar Hobe set to release this July". The Times of India. 11 January 2017. https://timesofindia.indiatimes.com/entertainment/bengali/movies/news/Arjun-Chakrabarty-starrer-Asche-Bochor-Abar-Hobe-set-to-release-this-July/articleshow/19967947.cms.
- ↑ "'Raja Rani Raji' is all set for its world TV premiere". The Times of India. 6 May 2018. https://timesofindia.indiatimes.com/tv/news/bengali/raja-rani-raji-is-all-set-for-its-world-tv-premiere/articleshow/64030458.cms.
- ↑ Madhusree Ghosh (20 March 2014). "MASOOM MOVIE REVIEW". The Times of India. https://timesofindia.indiatimes.com/entertainment/bengali/movie-reviews/masoom/movie-review/30109766.cms.
- ↑ Shoma A. Chatterji (5 September 2014). "Borbaad (Bengali) Good action, weak performances". The Indian Express (Mumbai). http://indianexpress.com/article/entertainment/screen/borbaad-bengali-good-action-weak-performances/.
- ↑ Madhusree Ghosh (10 May 2016). "BORBAAD MOVIE REVIEW". The Times of India. https://timesofindia.indiatimes.com/entertainment/bengali/movie-reviews/borbaad/movie-review/40370217.cms.
- ↑ Anindita Acharya (22 December 2015). "Arshinagar trailer: Watch Aparna Sen's Romeo and Juliet adaptation". Hindustan Times. http://www.hindustantimes.com/regional-movies/arshinagar-trailer-watch-aparna-sen-s-romeo-and-juliet-adaptation/story-Rtc1WNAdZ1nNvii3kSLMkJ.html। আহৰণ কৰা হৈছে: 14 May 2018.
- ↑ "Celebs galore at Jio Pagla music launch". The Times of India. 12 October 2018. https://timesofindia.indiatimes.com/entertainment/bengali/movies/news/celebs-galore-at-jio-pagla-music-launch/articleshow/61050768.cms.
- ↑ "'Raja Rani Raji' new song sets the tune to get into the mood". The Times of India. 14 March 2018. https://timesofindia.indiatimes.com/entertainment/bengali/movies/news/raja-rani-raji-new-song-sets-the-tune-to-get-into-the-mood/articleshow/63301834.cms.
- ↑ "DAGAALTY". British Board of Film Classification. https://bbfc.co.uk/releases/dagaalty-film.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- ঋত্বিকা সেন সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।
- ফেইচবুকত ঋত্বিকা সেন
- ইনষ্টাগ্ৰামত ঋত্বিকা সেন