এণ্টিগুৱা আৰু বাৰ্বুডা
অৱয়ব
এণ্টিগুৱা আৰু বাৰ্বুডা কেৰিবিয়ান আৰু আটলাণ্টিক মহাসাগৰৰ মাজৰ এখন দ্বীপ ৰাষ্ট্ৰ। এই ৰাষ্ট্ৰত দুখন দ্বীপ আছে।[2]
প্ৰশাসন
[সম্পাদনা কৰক]এণ্টিগুৱা আৰু বাৰ্বুডাক কেইখনমান পেৰিচ আৰু দিপেণ্ডেঞ্চিত বিভক্ত কৰা হৈছে। বৰ্তমান এই দেশত ৬খন পেৰিচ আৰু ২খন দিপেণ্ডেঞ্চি আছে।
পেৰিচসমূহ
- চেইণ্ট জৰ্জ
- চেইণ্ট জন
- চেইণ্ট মেৰি
- চেইণ্ট পল
- চেইণ্ট পিটাৰ
- চেইণ্ট ফিলিপ
দিপেণ্ডেঞ্চি
- বাৰ্বুডা
- ৰেডণ্ডা
তথ্য সূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 1.2 1.3 "Antigua and Barbuda". International Monetary Fund. http://www.imf.org/external/pubs/ft/weo/2013/01/weodata/weorept.aspx?sy=2009&ey=2012&scsm=1&ssd=1&sort=country&ds=.&br=1&c=311&s=NGDPD%2CNGDPDPC%2CPPPGDP%2CPPPPC%2CLP&grp=0&a=&pr.x=33&pr.y=11। আহৰণ কৰা হৈছে: 18 April 2013.
- ↑ http://www.listofcountriesoftheworld.com/am.html
"Error: no |title=
specified when using {{Cite web}}".