সমললৈ যাওক

এপ্ৰ'পিডিয়া

অসমীয়া ৱিকিপিডিয়াৰ পৰা
এপ্ৰ'পিডিয়া ৱৰ্ল্ড
এপ্ৰ'পিডিয়া
প্ৰতিষ্ঠাপক লনি গ্ৰেফমেন, ক্ৰিছ ৱাটকিন্স, কাৰ্ট বেক্মেন, কেথাৰিণ লেইন, এণ্ড্ৰিও লেম্ব
Focus গ্ৰামাঞ্চলত বাস কৰা লোক
Location
  • আৰ্কাটা, কেলিফ'ৰ্ণিয়া
Product Open appropriate technology wiki

এপ্ৰ'পিডিয়া আন্তৰ্জালৰ এটি ৱেবছাইট য'ত পৰিৱেশ সংৰক্ষণ, নতুন প্ৰযুক্তি বা কৌশল ব্যৱহাৰ কৰা আদিৰ ওপৰত লেখ লেখা হয়। এই ৱেবছাইটে ৱিকি পদ্ধতি ব্যৱহাৰ কৰে।[1] পৰিৱেশ সংৰক্ষণ আৰু অন্যান্য দিশৰ বিভিন্ন নন-প্ৰফিট প্ৰতিষ্ঠানে আপ্ৰ'পিডিয়া ব্যৱহাৰ কৰে।[2] and the Full Belly Project.[3]

এপ্ৰ'পিডিয়াত মিডিয়াৱিকি ছফ্টৱেৰ ব্যৱহাৰ কৰা হয়। এই ৱেবছাইটত বৰ্তমান ৬০০০তকৈও অধিক লেখ আৰু ২৪০০০তকৈও অধিক ফাইল আছে।[4]

বুৰঞ্জী

[সম্পাদনা কৰক]

বিভিন্ন পৰিৱেশ সংৰক্ষণৰ লগত জড়িত কাৰ্যক্ৰমত বিশেষ ভূমিকা গ্ৰহণ কৰাৰ পাছত লনি গ্ৰেফমেনে ২০০৬ চনত, সঠিক প্ৰযুক্তি সম্বন্ধীয় ৱেবছাইট এপ্ৰ'পিডিয়া মুকলি কৰিলে। আৰন এণ্ট্ৰিম আৰু গেব্ৰিয়েল ক্ৰছে তেওঁক মিডিয়াৱিকি ইঞ্জিন ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ প্ৰদান কৰিলে।

২০০৬ চনৰ ডিচেম্বৰত ৱিকিগ্ৰিনৰ সৈতে গঢ় লোৱা সম্পৰ্কই[5] তেওঁক কাম কৰিবলৈ প্ৰেৰণা যোগালে। এপ্ৰ'পিডিয়া (Appropedia) নাম চয়ন কৰা হ'ল। বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে এপ্ৰ'পিডিয়াক সামগ্ৰী যোগান ধৰাত সহায় কৰিলে, যাৰ ভিতৰত চিডিজ ফৰ দা থাৰ্ড ৱৰ্ল্ড অন্যতম।[6]

আৰু চাওক

[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. Joshua M. Pearce, Lonny Grafman, Thomas Colledge, and Ryan Legg, “Leveraging Information Technology, Social Entrepreneurship and Global Collaboration for Just Sustainable Development” Proceedings of the 12th Annual National Collegiate Inventors and Innovators Alliance Conference, pp. 201–210, 2008. Full text: Archived 2013-10-08 at the Wayback Machine
  2. "Demotech, Design for self reliance". Demotech.org. http://www.demotech.org আহৰণ কৰা হৈছে: 2013-03-27.
  3. "Agricultural Development & Technology – Full Belly Project". Fullbellyproject.org. Archived from the original on 2013-01-16. https://web.archive.org/web/20130116165938/http://www.thefullbellyproject.org/ আহৰণ কৰা হৈছে: 2012-01-21.
  4. "Appropedia". Appropedia.org. 2015-08-11. http://www.appropedia.org/Welcome_to_Appropedia আহৰণ কৰা হৈছে: 2015-08-11.
  5. "User talk:Chriswaterguy – Appropedia: The sustainability wiki". Appropedia. http://www.appropedia.org/index.php?title=User_talk:Chriswaterguy&oldid=10789#Wikigreen আহৰণ কৰা হৈছে: 2012-01-21.
  6. "www.cd3wd.com – alexweir1949@gmail.com – cd3wd – High Quality Technical Development Info for the Third World – and the SEEV fraud-proof voting system for the Third World – last updated 2011/03". cd3wd. Archived from the original on 2013-01-13. https://web.archive.org/web/20130113065914/http://www.cd3wd.com/ আহৰণ কৰা হৈছে: 2012-01-21.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]