সমললৈ যাওক

এ. আৰ. ৰহমানে লাভ কৰা তথা মনোনয়নপ্ৰাপ্ত পুৰস্কাৰসমূহৰ তালিকা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
এ. আৰ. ৰহমানে লাভ কৰা বঁটাসমূহৰ তালিকা

শ্লামড'গ মিলিয়নাৰৰ বাবে একাডেমী বঁটা লাভ কৰাৰ পাছত চেন্নাইৰ নিজা বাসগৃহত এ. আৰ. ৰহমান
জয়ী আৰু মনোনীত হোৱাৰ সৰ্বমুঠ সংখ্যা
মুঠ ১২৬ ১৩৯
Footnotes

সন্মানীয় বঁটা

[সম্পাদনা কৰক]
বৰ্ষ বঁটা সন্মানিত কৰা সংস্থা টোকা
১৯৯৫ কালাইমামণি তামিলনাডু চৰকাৰ সংগীতজগতলৈ আগবঢ়োৱা অৱদানৰ বাবে পুৰস্কিত কৰা হৈছে
২০০০ পদ্মশ্ৰী[1] ভাৰত চৰকাৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক বঁটা
২০০১ আৱধ সম্মান উত্তৰ প্ৰদেশ চৰকাৰ সংগীতজগতলৈ আগবঢ়োৱা ব্যতিক্ৰমী তথা মেধাৱী অৱদানৰ বাবে পুৰস্কিত কৰা হৈছে
২০০৪ ৰাষ্ট্ৰীয় লতা মংগেশকাৰ বঁটা[2] মধ্য প্ৰদেশ চৰকাৰ সংগীতজগতলৈ আগবঢ়োৱা অৱদানৰ বাবে পুৰস্কিত কৰা হৈছে
২০১০ পদ্মভূষণ[3] ভাৰত চৰকাৰ তৃতীয় সৰ্বোচ্চ অসামৰিক বঁটা

সন্মানীয় ডক্টৰেট

[সম্পাদনা কৰক]
বৰ্ষ সন্মানিত কৰা সংস্থা
২০০৯ আন্না বিশ্ববিদ্যালয়[4]
২০০৯ আলিগড় বিশ্ববিদ্যালয়[5]
২০০৯ মিডিলসেক্স বিশ্ববিদ্যালয়[6]
২০১৪ স্কটলেণ্ডৰ ৰয়েল সংগীতবিদ্যালয় (ইংৰাজী: Royal Conservatoire of Scotland)[7][8]
২০১৪ বাৰ্কলী কলেজ অৱ মিউজিক (ইংৰাজী: Berklee College of Music)[9]

অন্যান্য সন্মানীয় বঁটা

[সম্পাদনা কৰক]
  • ১৯৯৪ – সংস্কৃতি বঁটা[10]
  • ১৯৯৫ – বোম্মাই নাগী ৰেড্ডী বঁটা[11]
  • ১৯৯৫ – ম'ৰিটিয়াছ ৰাষ্ট্ৰীয় বঁটা[12]
  • ১৯৯৫ – মালায়ছিয়ান বঁটা[12]
  • ১৯৯৫ – ৰাজীৱ গান্ধী বঁটা[11]
  • ১৯৯৬ – 'গণ কলাধৰ'[13]
  • ২০০১ – আল-আমীন এডুকেচন ছ'চাইটি কমিউনিটি বঁটা
  • ২০০২ – আমিৰ খুছৰো সংগীত নৱাজ বঁটা
  • ২০০৫ – মহাবীৰ-মহাত্মা বঁটা[14]
  • ২০০৬ – ষ্টানফ'ৰ্ড বিশ্ববিদ্যালয়ৰ পৰা প্ৰদান কৰা সন্মানীয় বঁটা[15]
  • ২০০৬ – সনাতন সংগীত পুৰস্কাৰ[11]
  • ২০০৬ – স্বৰ্ণলতা যেশুদাস বঁটা[16]
  • ২০০৭ – লিমকা বুক অৱ ৰেকৰ্ডছ ইণ্ডিয়ান অৱ দ্যা ইয়েৰ[17]
  • ২০০৮ – CNN-IBN গ্লোবেল ইণ্ডিয়ান অৱ দ্যা ইয়েৰ[18]
  • ২০০৮ – NDTV ইণ্ডিয়ান অৱ দ্যা ইয়েৰ[19]
  • ২০০৮ – ৰ'টাৰী ক্লাৱ অৱ মাড্ৰাছ (জীৱনজোৰা কৃতিত্ব বঁটা)[20]
  • ২০০৯ – CNN-IBN এণ্টাৰটেইনাৰ অৱ দ্যা ইয়েৰ[21]
  • ২০০৯ – CNN-IBN ইণ্ডিয়ান অৱ দ্যা ইয়েৰ[22]
  • ২০০৯ – NDTV গ্লোবেল ইণ্ডিয়ান এণ্টাৰটেইনাৰ বঁটা[23]
  • ২০০৯ – UK এছিয়ান সংগীত বঁটা[24]
  • ২০০৯ – বিশ্বৰ আটাইতকৈ প্ৰভাৱশালী ব্যক্তিবোৰৰ তালিকাটাইম আলোচনীৰ দ্বাৰা নাম সংযোজন[25]
  • ২০১০ – দশম বাৰ্ষিক মহিন্দ্ৰা ইণ্ডো-আমেৰিকান কলা পৰিষদ চলচ্চিত্ৰ মহোত্সৱ[26]
    • বিশেষ কৃতিত্ব বঁটা
  • ২০১০ – ব্ৰিটিছ এছিয়ান বঁটা[24]
  • ২০১০ – ইন্দিৰা গান্ধী বঁটা[27]
  • ২০১০ – FICCI গ্লোবেল আইকন[28]
  • ২০১০ – "ক্ৰিষ্টেল বঁটা"[29]
    • জীৱনজোৰা কৃতিত্ব বঁটা
  • ২০১১ – GQ লেজেণ্ড অৱ দ্যা ইয়েৰ[30]
  • ২০১১ – অষ্টম ডুবাই আন্তজাৰ্তিক চলচ্চিত্ৰ মহোত্সৱত জীৱনজোৰা কৃতিত্ব বঁটা[31]
  • ২০১২ – ভাকলিপ আইকনচ অৱ দ্যা ইয়েৰ ২০১২[32]


চলচ্চিত্ৰ বঁটা তথা মনোনয়নসমূহ

[সম্পাদনা কৰক]

একাডেমী বঁটা

[সম্পাদনা কৰক]
বৰ্ষ চলচ্চিত্ৰ শ্ৰেণী ফলাফল
২০০৯ শ্লামড'গ মিলিয়নাৰ (ইংৰাজী: Slumdog Millionaire) সৰ্বশ্ৰেষ্ঠ মূল স্কোৰ বিজয়ী
সৰ্বশ্ৰেষ্ঠ মূল গীত (গুলজাৰৰ সৈতে ভাগ বতৰা কৰা হৈছে) (জয় হো গীতটোৰ বাবে)
সৰ্বশ্ৰেষ্ঠ মূল গীত (এম.আই.এ.ৰ সৈতে ভাগ বতৰা কৰা হৈছে) (অ'.... ছায়া গীতটোৰ বাবে) মনোনীত
২০১১ 127 Hours (ইংৰাজী: 127 Hours) সৰ্বশ্ৰেষ্ঠ মূল স্কোৰ
সৰ্বশ্ৰেষ্ঠ মূল গীত (ডিড' আৰু ৰল্ল' আৰ্মষ্ট্ৰংৰ সৈতে ভাগ বতৰা কৰা হৈছে) (If I Rise গীতটোৰ বাবে)

বাফটা বঁটা

[সম্পাদনা কৰক]
বৰ্ষ চলচ্চিত্ৰ শ্ৰেণী ফলাফল
২০০৯ শ্লামড'গ মিলিয়নাৰ (ইংৰাজী: Slumdog Millionaire) সৰ্বশ্ৰেষ্ঠ চলচ্চিত্ৰ সংগীত বিজয়ী
২০১১ 127 Hours (ইংৰাজী: 127 Hours) সৰ্বশ্ৰেষ্ঠ চলচ্চিত্ৰ সংগীত মনোনীত

গ'ল্ডেন গ্ল'ব বঁটা

[সম্পাদনা কৰক]
বৰ্ষ চলচ্চিত্ৰ শ্ৰেণী ফলাফল
২০০৯ শ্লামড'গ মিলিয়নাৰ (ইংৰাজী: Slumdog Millionaire) সৰ্বশ্ৰেষ্ঠ মূল স্কোৰ বিজয়ী
২০১১ 127 Hours (ইংৰাজী: 127 Hours) সৰ্বশ্ৰেষ্ঠ মূল স্কোৰ মনোনীত

গ্ৰেমী বঁটা

[সম্পাদনা কৰক]
বৰ্ষ চলচ্চিত্ৰ শ্ৰেণী ফলাফল
২০০৯ শ্লামড'গ মিলিয়নাৰ (ইংৰাজী: Slumdog Millionaire) চলচ্চিত্ৰ, দূৰদৰ্শন তথা অন্য দৃষ্টি-সম্বন্ধীয় মাধ্যমৰ বাবে সংকলিত সৰ্বশ্ৰেষ্ঠ ছাউণ্ডট্ৰেক এলবাম[33] বিজয়ী
চলচ্চিত্ৰ, দূৰদৰ্শন তথা অন্য দৃষ্টি-সম্বন্ধীয় মাধ্যমৰ বাবে ৰচিত সৰ্বশ্ৰেষ্ঠ গান (জয় হো)

ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা

[সম্পাদনা কৰক]
বৰ্ষ চলচ্চিত্ৰ শ্ৰেণী ফলাফল
১৯৯২ ৰোজা সৰ্বশ্ৰেষ্ঠ সংগীত পৰিচালনা বিজয়ী[34][35][36][37]
১৯৯৬ মিনছাৰা কানাবু
২০০১ লগান
২০০২ কান্নাথিল মুথামিট্টল

তামিলনাডু ৰাজ্য চলচ্চিত্ৰ বঁটা

[সম্পাদনা কৰক]
বৰ্ষ চলচ্চিত্ৰ শ্ৰেণী ফলাফল
১৯৯২ ৰোজা সৰ্বশ্ৰেষ্ঠ সংগীত পৰিচালনা বিজয়ী[38][39][40]
১৯৯৩ জেণ্টেলমেন
১৯৯৪ কাধালান
১৯৯৬ মিনছাৰা কানাবু
১৯৯৯ সংগমম

ফিল্মফেয়াৰ বঁটা

[সম্পাদনা কৰক]

ছাউণ্ডট্ৰেক

[সম্পাদনা কৰক]

[41]

বৰ্ষ চলচ্চিত্ৰ শ্ৰেণী ফলাফল
১৯৯৬ ৰংগীলা সৰ্বশ্ৰেষ্ঠ সংগীত পৰিচালনা বিজয়ী
১৯৯৯ দিল চে
২০০০ তাল
২০০১ লগান
২০০৩ সাথিয়া
২০০৪ স্বদেশ মনোনীত
২০০৭ ৰংগ দে বাসন্তী বিজয়ী
২০০৮ গুৰু
২০০৯ যোধা আকবৰ
২০১০ দিল্লী ৬
২০১২ ৰ'কষ্টাৰ
২০১৩ ৰানঝনা মনোনীত
২০১৪ হাইৱে
২০১৫ তমাশা

আবহ সংগীত

[সম্পাদনা কৰক]
বৰ্ষ চলচ্চিত্ৰ শ্ৰেণী ফলাফল
২০০৩ দ্যা লেজেণ্ড অৱ ভগত সিং সৰ্বশ্ৰেষ্ঠ আবহ সংগীত বিজয়ী
২০০৫ স্বদেশ
২০০৮ গুৰু
২০০৯ যোধা আকবৰ

বিশেষ বঁটা

[সম্পাদনা কৰক]
বৰ্ষ চলচ্চিত্ৰ শ্ৰেণী ফলাফল
১৯৯৫ ফিল্মফেয়াৰ আৰ.ডি. বৰ্মণ বঁটা নতুন সংগীত প্ৰতিভা বিজয়ী

ফিল্মফেয়াৰ বঁটা দক্ষিণ

[সম্পাদনা কৰক]
বৰ্ষ চলচ্চিত্ৰ শ্ৰেণী ফলাফল
১৯৯৩ ৰোজা সৰ্বশ্ৰেষ্ঠ সংগীত পৰিচালক বিজয়ী
১৯৯৪ জেণ্টেলমেন
১৯৯৫ কাধালান
১৯৯৬ বোম্বে
১৯৯৭ কাধাল দেশম
১৯৯৮ মিনছাৰা কানাবু
১৯৯৯ জীনছ্
২০০০ মুধলবান
২০০১ আলাইপায়ুথে
২০০৭ সিল্লনু উৰু কাধাল
২০০৮ শিৱাজী: দ্যা বছ
২০১১ বিন্নাই বাৰুবায়া
২০১৪ কাদল
২০১৬ আই (ইংৰাজী: I)
বৰ্ষ চলচ্চিত্ৰ শ্ৰেণী ফলাফল
২০১১ য়ে মায়া চেছাৱে সৰ্বশ্ৰেষ্ঠ সংগীত পৰিচালক বিজয়ী

আইফা (IIFA) বঁটা

[সম্পাদনা কৰক]

ছাউণ্ড ট্ৰেক

[সম্পাদনা কৰক]
বৰ্ষ চলচ্চিত্ৰ শ্ৰেণী ফলাফল
২০০০ তাল সৰ্বশ্ৰেষ্ঠ সংগীত পৰিচালক বিজয়ী
২০০২ লগান
২০০৩ সাথিয়া'
২০০৭ ৰংগ দে বাসন্তী
২০০৮ গুৰু
২০০৯ যোধা আকবৰ
২০১২ ৰ'কষ্টাৰ

আবহ সংগীত

[সম্পাদনা কৰক]
বৰ্ষ চলচ্চিত্ৰ শ্ৰেণী ফলাফল
২০০৮ গুৰু সৰ্বশ্ৰেষ্ঠ সংগীত পৰিচালক বিজয়ী
২০০৯ যোধা আকবৰ
২০১২ ৰ'কষ্টাৰ

বিশেষ বঁটা

[সম্পাদনা কৰক]
বৰ্ষ শ্ৰেণী ফলাফল
২০০৮ আন্তৰাষ্ট্ৰীয় চলচ্চিত্ৰত এজন ভাৰতীয়ৰ দ্বাৰা আগবঢ়োৱা অসামান্য অৱদান বিজয়ী
২০০৯ আইফা (IIFA) দশকটোৰ সংগীত পৰিচালক

লগতে চাওক

[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "Padma Vibhushan, Padma Bhushan, Padma Shri awardees". The Hindu. 26 January 2000. Archived from the original on 3 January 2013. https://archive.today/20130103022618/http://www.hinduonnet.com/thehindu/2000/01/27/stories/02270005.htm আহৰণ কৰা হৈছে: 27 January 2000.
  2. "A R Rehman to receive 'Lata Mangeshkar Award'". indianinfo.com. 21 February 2005. Archived from the original on 25 July 2008. https://web.archive.org/web/20080725175000/http://news.indiainfo.com/2005/02/21/2102rehman.html আহৰণ কৰা হৈছে: 4 March 2009.
  3. "Padma Bhushan for Rahman, Aamir; Segal gets Padma Vibhushan". Press Trust of India (The Hindustan Times). http://www.hindustantimes.com/Padma-Bhushan-for-Rahman-Aamir-Segal-gets-Padma-Vibhushan/Article1-501814.aspx আহৰণ কৰা হৈছে: 26 January 2010.[সংযোগবিহীন উৎস]
  4. "Rahman to be awarded honorary doctorate". প্ৰকাশক Chennai, India: The Hindu. 3 March 2009. http://www.hindu.com/holnus/009200903030131.htm আহৰণ কৰা হৈছে: 4 March 2009.[সংযোগবিহীন উৎস]
  5. "AMU to honour Rahman". প্ৰকাশক Chennai, India: The Hindu. 26 February 2009. Archived from the original on 4 February 2013. https://archive.ph/20130204081952/http://www.thehindu.com/2009/02/26/stories/2009022652090300.htm আহৰণ কৰা হৈছে: 4 December 2009.
  6. "UK university confers Doctorate on A R Rahman". প্ৰকাশক Chennai, India: The Hindu. 18 July 2009. Archived from the original on 7 November 2012. https://web.archive.org/web/20121107090621/http://www.hindu.com/holnus/009200907180318.htm আহৰণ কৰা হৈছে: 4 December 2009.
  7. "Scotland pays tribute to AR Rahman". Behindwoods.com. 1 February 2014. http://behindwoods.com/tamil-movies-cinema-news-14/ar-rahman-awarded-with-a-doctorate-in-music-by-the-royal-conservatorie-of-scotland.html আহৰণ কৰা হৈছে: 1 February 2014.
  8. "Another Doctorate for ARR". Indiaglitz.com. 1 February 2014. Archived from the original on 2 February 2014. https://web.archive.org/web/20140202093814/http://www.indiaglitz.com/channels/tamil/article/102925.html আহৰণ কৰা হৈছে: 1 February 2014.
  9. Hirsch, Mark. "With Berklee Honorary Degree, A.R. Rahman Comes Full Circle". Boston GlobeBoston Globe. http://www.bostonglobe.com/arts/music/2014/10/25/with-berklee-honorary-degree-rahman-comes-full-circle/hjGu55LAXAv1GDpgyvMelI/story.html আহৰণ কৰা হৈছে: 29 October 2014.
  10. "Sanskriti Awards – Winners List". Sanskriti Foundation. Archived from the original on 26 December 2010. https://web.archive.org/web/20101226032715/http://www.sanskritifoundation.org/pdf/AwardeesList.pdf আহৰণ কৰা হৈছে: 16 January 2011.
  11. 1 2 3 "A. R. Rahman – Talent Tujhe Salaam". Sanatan Sangeet Sanskriti. Sanatan.in. n.d.. Archived from the original on 21 December 2019. https://web.archive.org/web/20191221153321/http://www.sanatan.in/events.html আহৰণ কৰা হৈছে: 16 January 2011.
  12. 1 2 "The golden boy of Indian music A R Rahman turns 44". The Times of India. Times Now. 6 January 2010. Archived from the original on 24 September 2014. https://web.archive.org/web/20140924045000/http://www.timesnow.tv/articleshow/4335762.cms আহৰণ কৰা হৈছে: 21 January 2017.
  13. "A R Rahman receiving Gana Kaladhar from Sivaji Ganeshan". Bharatkalachar.com. Archived from the original on 7 July 2011. https://web.archive.org/web/20110707232022/http://www.bharatkalachar.com/growth3.htm আহৰণ কৰা হৈছে: 16 January 2011.
  14. "Mahavir Mahatma Awards 2005". Times Foundation. Archived from the original on 13 July 2011. https://web.archive.org/web/20110713025334/http://timesfoundation.indiatimes.com/Oneness-Initiative/articleshow/1651354.cms আহৰণ কৰা হৈছে: 4 March 2009.
  15. "Stanford University honours A R Rahman". Rediff. http://www.rediff.com/news/2006/jul/06bsp.htm আহৰণ কৰা হৈছে: 4 March 2009.
  16. "Swaralaya Award for A.R.Rahman". প্ৰকাশক Chennai, India: The Hindu. 31 January 2007. Archived from the original on 15 May 2007. https://web.archive.org/web/20070515001001/http://www.hindu.com/2007/01/31/stories/2007013112120400.htm আহৰণ কৰা হৈছে: 31 January 2007.
  17. "Limca Book of records felicitates A.R. Rahman". Radioandmusic.com. http://www.radioandmusic.com/content/editorial/news/limca-book-records-felicitates-ar-rahman আহৰণ কৰা হৈছে: 16 January 2011.
  18. CNN IBN Global Indian of the year 2008 – ARRahman. CNN IBN. YouTube. 2008. Retrieved 16 January 2011.
  19. "Rahman awarded NDTV Indian of the year". Radioandmusic.com. 18 January 2008. http://www.radioandmusic.com/content/editorial/news/rahman-awarded-ndtv-indian-year.
  20. "A R Rahman Honored". Indiaglitz. 4 June 2008. Archived from the original on 26 June 2008. https://web.archive.org/web/20080626115742/http://www.indiaglitz.com/channels/tamil/gallery/events/15580.html আহৰণ কৰা হৈছে: 21 January 2017.
  21. "A R Rahman named entertainer of the year". CNN IBN. IBNLive. 2009. Archived from the original on 21 December 2009. https://web.archive.org/web/20091221191407/http://ibnlive.in.com/videos/107287/ioty-a-r-rahman-named-entertainer-of-the-year.html আহৰণ কৰা হৈছে: 16 January 2011.
  22. "Rahman wins CNN-IBN Indian of the Year award". CNN IBN. IBNLive. 22 December 2009. Archived from the original on 25 December 2009. https://web.archive.org/web/20091225175520/http://ibnlive.in.com/news/rahman-wins-cnnibn-indian-of-the-year-award/107520-3.html আহৰণ কৰা হৈছে: 21 January 2017.
  23. "NDTV awards: Amitabh, SRK, Ash icons of Indian entertainment". NDTV. 25 February 2010. Archived from the original on 20 January 2012. https://web.archive.org/web/20120120224635/http://movies.ndtv.com/movie_story.aspx?id=ENTEN20100132627.
  24. 1 2 "UK Asian Music Awards honours A R Rahman". Businessofcinema.com. 13 March 2009. http://www.businessofcinema.com/news.php?newsid=12384.
  25. The 2009 TIME 100 – A.R. Rahman Archived 2011-02-17 at the Wayback Machine TIME.
  26. "10th Annual MIAAC Film Festival Wraps Up with Awards Ceremony for Best Picture, Actors, and director". Indo-American Arts Council, Inc.. 18 November 2010. http://www.iaac.us/miaac2010/Press-Release.htm.
  27. "A R Rahman to receive Indira Gandhi Award". Times of India. 7 October 2010. http://timesofindia.indiatimes.com/india/A-R-Rahman-to-receive-Indira-Gandhi-Award/articleshow/6703236.cms আহৰণ কৰা হৈছে: 7 November 2010.
  28. "Big B, SRK honored at the Chevrolet FICCI Frames Excellence Awards". Indiaglitz. 20 March 2010. Archived from the original on 23 March 2010. https://web.archive.org/web/20100323084649/http://www.indiaglitz.com/channels/hindi/article/55447.html আহৰণ কৰা হৈছে: 21 January 2017.
  29. "AR Rahman honoured at World Economic Forum Davos meet". Daily News & Analysis. 27 January 2011. http://www.dnaindia.com/entertainment/report_ar-rahman-honoured-at-world-economic-forum-davos-meet_1499582 আহৰণ কৰা হৈছে: 27 January 2011.
  30. "A.R. Rahman at GQ India Men of the Year Awards 2011". NDTV. 30 September 2011. Archived from the original on 1 April 2012. https://web.archive.org/web/20120401144423/http://green.ndtv.com/PhotoDetail.aspx?Page=18&ID=11458 আহৰণ কৰা হৈছে: 26 October 2011.
  31. "A R Rahman gets lifetime achievement award at Dubai International Film Festival". The Economic Times. 8 December 2011. http://economictimes.indiatimes.com/news/news-by-industry/et-cetera/a-r-rahman-gets-lifetime-achievement-award-at-dubai-international-film-festival/articleshow/11030519.cms আহৰণ কৰা হৈছে: 8 December 2011.
  32. "AR Rahman, Sonu Niigaam, Sunidhi Chauhan emerge as 'Vuclip Icons of the Year 2012' in music". Radioandmusic.com. 21 December 2012. http://www.radioandmusic.com/content/editorial/news/ar-rahman-sonu-niigaam-sunidhi-chauhan-emerge-vuclip-icons-year-2012-music আহৰণ কৰা হৈছে: 21 December 2012.
  33. "India's A.R. Rahman strikes Grammys gold". Agence France-Presse. 2010. https://www.google.com/hostednews/afp/article/ALeqM5hGgeRMlZ8ASQ9a-5v5AnbvmL0K9Q আহৰণ কৰা হৈছে: 1 February 2010.
  34. "40th National Film Awards" (PDF). Directorate of Film Festivals. http://dff.nic.in/2011/40th_nff_1993.pdf আহৰণ কৰা হৈছে: 2 March 2012.
  35. "44th National Film Awards" (PDF). Directorate of Film Festivals. http://dff.nic.in/2011/44th_nff_1997.pdf আহৰণ কৰা হৈছে: 9 January 2012.
  36. "49th National Film Awards" (PDF). Directorate of Film Festivals. http://dff.nic.in/2011/49th_nff_2002.pdf আহৰণ কৰা হৈছে: 14 March 2012.
  37. "50th National Film Awards" (PDF). Directorate of Film Festivals. http://dff.nic.in/2011/50nfa.pdf আহৰণ কৰা হৈছে: 14 March 2012.
  38. "Tamilnadu Government Announces Cinema State Awards -1999". Dinakaran. Archived from the original on 22 June 2008. https://web.archive.org/web/20080622010121/http://www.dinakaran.com/cinema/english/awards/29-12-00/state.htm আহৰণ কৰা হৈছে: 2009-10-20.
  39. "1996 State Awards". Dinakaran. Archived from the original on 22 May 2008. https://web.archive.org/web/20080522211531/http://www.dinakaran.com/cinema/english/awards/1996awards.htm আহৰণ কৰা হৈছে: 2009-08-11.
  40. "Madras Talkies Accolades". Madrastalkies.com. Archived from the original on 20 May 2009. https://web.archive.org/web/20090520060628/http://www.madrastalkies.com/Accolades.asp আহৰণ কৰা হৈছে: 2009-07-05.
  41. "Filmfare Awards 2011 Winners". Times of India. 31 January 2012. http://timesofindia.indiatimes.com/entertainment/bollywood/news-interviews/Filmfare-Awards-2011-Winners/articleshow/11676105.cms আহৰণ কৰা হৈছে: 20 February 2012.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]