লগান

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search

লগান (অসমীয়া: খাজনা, হিন্দী: लगान) হৈছে ২০০১ চনত মুক্তিপ্রাপ্ত এখন হিন্দি চলচ্চিত্র। আশুতোষ গোৱাৰিকৰৰ দ্বাৰা পৰিচালিত ছবিখনত মুখ্য ভূমিকা ৰুপায়ন কৰিছিল আমিৰ খান আৰু গ্রেছী সিঙে।

লগান: ৱাঞ্চ আপন এ টাইম ইন ইণ্ডিয়া
পৰিচালক আশুতোষ গোৱাৰিকৰ
প্ৰযোজক আমিৰ খান
লেখক K. P. Saxena
(হিন্দী সংলাপ)
আশুতোষ গোৱাৰিকৰ
(ইংৰাজী সংলাপ)
চিত্ৰনাট্য আশুতোষ গোৱাৰিকৰ
San
কাহিনী আশুতোষ গোৱাৰিকৰ
সূত্ৰধাৰ অমিতাভ বচ্চন
অভিনয়ত
  • আমিৰ খান
  • গ্রেচী সিং
  • ৰাচেল ছেলি
  • পল ব্লাকথ্ৰন
সংগীত পৰিচালক এ. আৰ. ৰহমান
চিত্ৰগ্ৰহণকাৰী অনিল মেহতা
সম্পাদনা Ballu Saluja
ষ্টুডিঅ’ আমিৰ খান প্ৰডাকচন
পৰিবেশক Sony Pictures Networks
Zee Network
মুক্তি ১৫ জুন ২০০১ (2001-06-15)
দৈৰ্ঘ্য ২২৪ মিনিট
দেশ ভাৰত
ভাষা হিন্দী
বাজেট INR২৫ কোটি
সৰ্বমুঠ আয় INR৬৮.৬৮ কোটি

লগানে আন্তর্জাতিক চলচ্চিত্র মহোৎসৱবিলাকত সমালোচকৰ প্রশংসা লাভ কৰিছিল আৰু ইয়াৰ লগতে ছবিখনে অনেক বঁটা লাভ কৰিছিল। লগান অস্কাৰ বঁটালৈ মনোনীত হোৱা তৃতীয় ভাৰতীয় চলচ্চিত্ৰ ৰুপে পৰিগণিত হ'ল।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]