কিৰিপ চলিহা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক


কিৰিপ চলিহা
লোকসভাৰ সাংসদ
সমষ্টি গুৱাহাটী লোকসভা সমষ্টি
ব্যক্তিগত তথ্য
জন্ম ১ নৱেম্বৰ, ১৯৫৫ (৬৬ বছৰ)
ডিব্ৰুগড়, অসম
ৰাজনৈতিক দল ভাৰতীয় জাতীয় কংগ্ৰেছ
দাম্পত্যসঙ্গী ৰ'মাণী চলিহা
সন্তান ২ পুত্ৰ, অৰ্কাশীষ চলিহা, অংগাশীষ চলিহা
বাসস্থান গুৱাহাটী
September 25, 2006-ৰ তথ্য
উৎস: [1]

কিৰিপ চলিহা (জন্ম ১ নৱেম্বৰ ১৯৫৫) ভাৰতৰ চতুৰ্দশ লোকসভাৰ এজন সাংসদ আছিল। তেওঁ গুৱাহাটী অসমৰ লোকসভা সমষ্টিক প্ৰতিনিধিত্ব কৰে। চলিহা ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ সদস্য।

ইয়াৰ আগেয়ে চলিহা একাদশ লোকসভাতো গুৱাহাটী লোকসভা সমষ্টিৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হৈছিল।

বাহ্যিক সংযোগ[সম্পাদনা কৰক]