সমললৈ যাওক

কুইন ওজা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কুইন ওজা
সাংসদ
পদাধিকাৰ
কাৰ্যভাৰ গ্ৰহণ
২৩ মে, ২০১৯
পূৰ্বসূৰী বিজয়া চক্ৰৱৰ্তী
সমষ্টি গুৱাহাটী লোকসভা সমষ্টি
গুৱাহাটী পৌৰসভাৰ মেয়ৰ
কাৰ্যকাল
১৯৯৬-৯৭
পূৰ্বসূৰী হেমপ্ৰভা শইকীয়া
উত্তৰসূৰী সোণাধৰ দাস
ব্যক্তিগত তথ্য
জন্ম ২৭ নৱেম্বৰ, ১৯৫০ (৭৫ বছৰ)
গুৱাহাটী, অসম
ৰাজনৈতিক দল ভাৰতীয় জনতা পাৰ্টী
আন ৰাজনৈতিক
সম্পৰ্ক
অসম গণ পৰিষদ
পেচা ব্যৱসায়ী
জীৱিকা ৰাজনীতিক

কুইন ওজা (জন্ম ২৭ নৱেম্বৰ ১৯৫০) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু ব্যৱসায়ী মহিলা। তেওঁ ভাৰতীয় জনতা পাৰ্টীৰ এগৰাকী সদস্যা। ওজাই ২০১৯ চনৰ পৰা ২০২৪ চনলৈ গুৱাহাটী সমষ্টি প্ৰতিনিধিত্ব কৰি লোকসভাৰ সদস্য হিচাপে সেৱা আগবঢ়ায়।[1][2][3] ১৯৯৬ চনৰ পৰা ১৯৯৭ চনলৈকে গুৱাহাটী পৌৰ নিগম মেয়ৰ হিচাপেও তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল।[4]

তথ্যসূত্ৰসমূহ

[সম্পাদনা কৰক]