কুণ্ডল শ্বাহী ভাষা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Kundal Shahi
کنڈل شاہی
Kunḍal Šāhī
থলুৱা অঞ্চল Pakistan
অঞ্চল Neelam Valley
স্থানাঙ্ক 34°33′17″N 73°50′38″E / 34.5548°N 73.8439°E / 34.5548; 73.8439
স্থানীয় ভাষিক
700 (2005)e18
ভাষা পৰিয়াল
ভাষা সংকেত
ISO 639-3 shd
গ্লোটোলগ kund1257[1]

কুণ্ডল শ্বাহী (کنڈل شاہی, Kunḍal Šāhī) এটি দাৰ্দিক ভাৰতীয়-আৰ্য ভাষা যি পাকিস্তান অধীকৃত কাশ্মীৰনীলম উপত্যকাৰ কুণ্ডল শ্বাহী গাঁৱৰ প্ৰায় ৭০০ লোকে ব্যৱহাৰ কৰে।[2] ই এটি বিপদাপন্ন ভাষা যাৰ থলুৱা ভাষী লোকে হিন্দকো ভাষা আকোৱালি ল'ব ধৰিছে।[3]

ধ্বনিতত্ত্ব[সম্পাদনা কৰক]

তলত কুণ্ডল শ্বাহী ভাষাৰ ধ্বনিসমূহৰ সবিশেষ প্ৰদান কৰা হৈছে।[4]

স্বৰধ্বনি[সম্পাদনা কৰক]

দাৰ্দিক ভাষাসমূহৰ মাজত কুণ্ডল শ্বাহী ভাষাৰ এক স্বকীয় বৈশিষ্ট্য হ'ল যে এই ভাষাত ফ্ৰণ্ট ৰাউণ্ডেড স্বৰধ্বনি শুনা যায়।[5]

Front Central Back
unrounded rounded unrounded rounded
Close i iː y yː u uː
Close-Mid e eː øː ə o oː
Open-Mid ɛ ɛː ʌ ɔ ɔː
Open a aː

ব্যঞ্জনধ্বনি[সম্পাদনা কৰক]

কাশ্মিৰী ভাষাৰ দৰেই কুণ্ডল শ্বাহীও আন দাৰ্দিক ভাষাসমূহৰ মাজত আচহুৱা কাৰণ এই ভাষাত কোনো মূৰ্ধন্য ফ্ৰিকেটিভ আৰু এফ্ৰিকেট নাই।[5]

Labial Alveolar Retroflex Palatal Velar Glottal
Nasal m n ɳ (ŋ)
Plosive/

Affricate

voiceless p t ʈ k
aspirated ʈʰ tʃʰ
voiced b d ɖ ɡ
Fricative voiceless f s ʃ x h
voiced z
Lateral l
Flap ɾ ɽ
Approximant j w

সুৰ[সম্পাদনা কৰক]

আন কেইবাটাও দাৰ্দিক ভাষাৰ দৰেই কুণ্ডল শ্বাহী ভাষাৰো নাইবা এটি ফোনেমিক সুৰ আছে নহ'লে এটি ধ্বনি নিক্ষেপণ (pitch) স্বৰভংগি আছে।[6] শব্দসমূহৰ কেৱল এটাহে স্বৰভংগিসম্বন্ধীয় "ম'ৰা" (mora) থাকিব পাৰে, যি উচ্চ স্বৰ সূচায়; আন ম'ৰাৰ নিম্ন বা সাধাৰণ স্বৰ থাকে।[5]

বিপদাপন্ন[সম্পাদনা কৰক]

কুণ্ডল শ্বাহী ভাষাৰ থলুৱা ভাষীৰ সংখ্যা ৫০০তকৈও কম, যাৰ গড়িষ্ঠসংখ্যকেই বয়সত ৪০ৰ ঊৰ্ধৰ। সেয়ে ই এক অতিকৈ লুপ্তপ্ৰায় ভাষা।[7]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Hammarström, Harald; Forkel, Robert; Haspelmath, Martin, eds (2017). "Kundal Shahi". Glottolog 3.0. প্ৰকাশক Jena, Germany: Max Planck Institute for the Science of Human History. http://glottolog.org/resource/languoid/id/kund1257. 
  2. "Kundal Shahi" (en ভাষাত). Ethnologue. https://www.ethnologue.com/language/shd. 
  3. A. Rehman, Khawaja; L. G. Baart, Joan (2005). "A First Look at the Language of Kundal Shahi in Azad Kashmir". SIL International. https://www.sil.org/system/files/reapdata/10/55/83/10558360034839761273787716304857102032/silewp2005_008.pdf. 
  4. Baart & Rehman 2005, পৃষ্ঠা. 10–13.
  5. 5.0 5.1 5.2 Baart & Rehman 2005.
  6. Baart 2003, পৃষ্ঠা. 3, 6.
  7. "A first look at the language of Kundal Shahi in Azad Kashmir". 28 January 2013. https://www.sil.org/resources/archives/7866. 

গ্ৰন্থ তালিকা[সম্পাদনা কৰক]

আৰু পঢ়ক[সম্পাদনা কৰক]

  • Rehman, Khawaja A. (2011). "Ergativity In Kundal Shahi, Kashmiri And Hindko". In Mark Turin. Himalayan languages and linguistics: studies in phonology, semantics, morphology and syntax. Brill's Tibetan studies library, Languages of the greater Himalayan region. প্ৰকাশক Leiden: Brill. পৃষ্ঠা. 219–234. ISBN 978-90-04-19448-9. 
  • Rehman, Khawaja A. (2011). Language Shift In the Neelam Valley: A Case Study of the Kundal Shahi Language (PhD). 

বাহ্যিক সংসোগ[সম্পাদনা কৰক]