কৃষ্ণ (ধাৰাবাহিক)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কৃষ্ণ
শৈলী পৌৰাণিক
নিৰ্মাতা ৰামানন্দ সাগৰ
লিখক ৰামানন্দ সাগৰ
পৰিচালক ৰামানন্দ সাগৰ
অভিনয়ত
(অধিক চাওক)
দেশ ভাৰত
ভাষা হিন্দী
চিজনৰ সংখ্যা
খণ্ডৰ সংখ্যা ২২১
প্ৰযোজনা
প্ৰযোজক
কেমেৰাৰ ছেটআপ মাল্টি-কেমেৰা
দৈৰ্ঘ্য ৪৫ মিনিট
ষ্টুডিঅ’ সাগৰ ফিল্মচ্
সম্প্ৰচাৰ
মূল ছেনেল ডিডি নেশ্বনেল
দৃশ্যৰ ফৰমেট
  • ৫৭৬
  • ১০৮০ (এইচ ডি টিভি)
প্ৰদৰ্শনৰ সময় জুলাই ১৯, ১৯৯৩ (1993-07-19) – ১৯৯৬ (1996)

কৃষ্ণ (ইংৰাজী: Krishna, হিন্দী: कृष्णा) ১৯৯৩ চনৰ ১৯ জুলাইৰ পৰা ভাৰতীয় টেলিভিচন চেনেল দূৰদৰ্শনে প্ৰচাৰ কৰা এখন পৌৰাণিক ধাৰাবাহিক; যাক শ্ৰীকৃষ্ণ নামেৰেও জনা যায়। ৰামানন্দ সাগৰ আছিল এই ধাৰাবাহিকখনৰ পৰিচালক আৰু প্ৰযোজক। দূৰদৰ্শনৰ পৰ্দাত সাপ্তাহিকভাৱে সম্প্ৰচাৰ কৰা এই পৌৰাণিক ধাৰাবাহিকখন শ্ৰীকৃষ্ণৰ জীৱনৰ লগত সম্বন্ধীয় কাহিনীৰ লগতে ভাগৱত পুৰাণ, ব্ৰহ্মবৈৱৰ্ত পুৰাণ, হৰিবংশ, বিষ্ণু পুৰাণ, গৰ্গ সংহিতা, পদ্ম পুৰাণ, ভাগৱত গীতা, মহাভাৰত আদিৰ ওপৰত আধাৰিত আছিল।

প্ৰডাকচন[সম্পাদনা কৰক]

এই পৌৰাণিক ধাৰাবাহিকখনৰ প্ৰযোজক আছিল ৰামানন্দ সাগৰ, প্ৰেম সাগৰ, আৰু সুভাষ সাগৰ লগতে পৰিচালক আছিল ৰামানন্দ সাগৰ, আনন্দ সাগৰ আৰু মোতি সাগৰ। কৃষ্ণ, বিষ্ণু, নাৰায়ণৰ চৰিত্ৰত অভিনয় কৰিছে 'সৰ্বদামান দি. বেনাৰ্জী' আৰু শিশু কৃষ্ণৰ চৰিত্ৰত অভিনয় কৰিছে 'স্বপ্নীল যোশী'য়ে।[1][2] ধাৰাবাহিকখনৰ সংগীত পৰিচালক আছিল ৰবীন্দ্ৰ জৈন

পুনঃসম্প্ৰচাৰ[সম্পাদনা কৰক]

মহামাৰী ক’ৰণা ভাইৰাছৰ (Covid-19) পৰিপ্ৰেক্ষিতত হোৱা তলাবন্ধা (Lockdown)-ৰ সময়ছোৱাত দূৰদৰ্শনে ২০২০ চনৰ ৩ মে’ তাৰিখৰ পৰা ৰাতি ৯ বজাত এই পৌৰাণিক ধাৰাবাহিকখন পুনঃসম্প্ৰচাৰ কৰে।[3]

অভিনয়ত[সম্পাদনা কৰক]

ক্ৰমিক নং অভিনয়ত অভিনয়
সৰ্বদামান দি. বেনাৰ্জী কৃষ্ণ (প্ৰাপ্তবয়স্ক) বিষ্ণু নাৰায়ণ
স্বপ্নীল যোশী কৃষ্ণ (কিশোৰ)
অশোক কুমাৰ বালকৃষ্ণ কৃষ্ণ (শিশু)
দীপক দেউলাকাৰ বলৰাম (প্ৰাপ্তবয়স্ক)
সঞ্জীৱ শৰ্মা বলৰাম (কিশোৰ)
পিংকী পাৰিখ ৰুক্মিণী যমুনা লক্ষ্মী দুৰ্গা
ৰেশ্মা মোদী ৰাধা
সবিতা ৰাস্তগী ৰাধা (কিশোৰ)
পৌলমী মুখাৰ্জী দৈৱকী
১০ সুনীল পাণ্ডে বাসুদেৱ
১১ ডামিনী কাঁৱাল যশোদা
১২ সুলক্ষণা খাত্ৰী ৰোহিনী দেৱী
১৩ ছাহনাৱাজ প্ৰধান নন্দ বাবা সুৰসেন চানুৰ
১৪ বিলাশ ৰাজ কংস
১৫ সন্দীপ মোহন অৰ্জুন নৰ
১৬ মনা পৰেখ জাম্বৱন্তী
১৭ শশী শৰ্মা সত্যভামা
১৮ অমিত পাচৰী শিৱ
১৯ দীপক দেৱ আৰু সাগৰ চাইনী নাৰদ
২০ বিজয় কাবিশ উগ্ৰসেন শিৱ
২১ প্ৰমোদ কাপুৰ কলি যুগ আক্ৰুৰ
২২ মহেন্দ্ৰ ঘুলে ভীম হনুমান
২৩ ৰামন খাত্ৰী যুধিষ্ঠিৰ
২৪ গোবিন্দ খাত্ৰী কৰ্ণ
২৫ ফালগুনী পাৰিখ দ্ৰৌপদী
২৬ প্ৰেম চান্দ শৰ্মা পাণ্ডু নকুল
২৭ যতীন দেৱ ইন্দ্ৰ
২৮ ঝৰ্ণা দেৱী ভানুমতী হিৰিম্বা
২৯ ৰাধাকৃষ্ণ দত্ত মহৰ্ষি উত্তানপাদ দেৱ শিল্পী বিশ্বকৰ্মা জৰাসন্ধ
৩০ মুকুল নাগ সুদামা অশ্বত্থামা ব্ৰাহ্মণ
৩১ শিৱা চাদ্ধা বসুন্ধৰা
৩২ তাৰাকেশ চৌহান ধৃতৰাষ্ট্ৰ
৩৩ ৰাজ প্ৰেমী শিশুপাল
৩৪ সনীয়া কাপুৰ যোগমায়া সুভদ্ৰা
৩৫ কুমাৰ হেগ্দ দুৰ্য্যোধন
৩৬ মোহিনী অৱতাৰ
৩৭ দীনেশ আনন্দ/দীপক জেথী দুশাসন
৩৮ গৌতম চতুৰ্বেদী বাসুদেৱ
৩৯ অনুজ শৰ্মা অভিমন্যু
৪০ অৰুণ মাথুৰ সমবৰা
৪১ লতা হায়া কুন্তী
৪২ বাসীৰ খান ভামাসুৰ
৪৩ শক্তি সিং বানাসুৰা
৪৪ অৰবিন্দ ৰাওচাৰায়া কুম্ভকেটু
৪৫ জে.পি. শৰ্মা শকুনি
৪৬ কানু পাটেল দ্ৰোণাচাৰ্য
৪৭ গিৰিশ পাৰদেশী কালযৱন কামদেৱ প্ৰদ্যুম্ন
৪৮ দ্বিপাঞ্জলী পাৰদেশী ৰতি দেৱী
৪৯ এন. জীতেন্দ্ৰ শল্য কাশীৰাজ কৃপা
৫০ অশোক সিং মায়াসুৰ দ্বিবিদ
৫১ ভক্তি নাৰুলা তাৰা
৫২ নীলকমল ৰাজগুৰু
৫৩ নীহাৰিকা ভাত মায়াৱতী
৫৪ লীলা পাটেল গান্ধাৰী
৫৫ বিজয় শৰ্মা বিদুৰ
৫৬ সুনীল নাগৰ ভীষ্ম
৫৭ স্বতী আনন্দ ৰেৱতী চিত্ৰলেখা
৫৮ ভৈৰৱী ৰায়চুৰ গোৱাল
৫৯ ৰাজু পণ্ডিত
৬০ প্ৰীতি পণ্ডিত
৬১ আস্লাম খান বিভিন্ন চৰিত্ৰত

খণ্ড[সম্পাদনা কৰক]

খণ্ডৰ সংখ্যা তাৰিখ
কৃষ্ণৰ উত্তৰাধিকাৰ ১৮ জুলাই ১৯৯৩
অভিশপ্ত ৰজা পৰীক্ষিত ২৫ জুলাই ১৯৯৩
বসুদেৱে প্ৰতিশ্ৰুতি দিয়ে ১ আগষ্ট ১৯৯৩
কংসৰ দ্বাৰা বসুদেৱ আৰু দৈৱকীক কাৰাগাৰত বন্দীকৰণ ৮ আগষ্ট ১৯৯৩
মথুৰাৰ ৰজা কংস ১৫ আগষ্ট ১৯৯৩
কংস আৰু তেওঁৰ অত্যাচাৰ ২২ আগষ্ট ১৯৯৩
ৰোহিনীৰ গৰ্ভত ঐশ্বৰিক জীৱন (Divine Life) ২৯ আগষ্ট ১৯৯৩
গৰ্ভৱতী দৈৱকী ৫ চেপ্তেম্বৰ ১৯৯৩
ভগৱান বিষ্ণুৰ কৃষ্ণ ৰূপে অৱতৰণ ১২ চেপ্তেম্বৰ ১৯৯৩
কংসৰ দিগভ্ৰম ১৯ চেপ্তেম্বৰ ১৯৯৩
কংসৰ আদেশ ২৬ চেপ্তেম্বৰ ১৯৯৩
১২ ৩ অক্টোবৰ ১৯৯৩
১৩ ১০ অক্টোবৰ ১৯৯৩
১৪ ১৭ অক্টোবৰ ১৯৯৩
১৫ ২৪ অক্টোবৰ ১৯৯৩
১৬ ৩১ অক্টোবৰ ১৯৯৩
১৭ ৭ নৱেম্বৰ ১৯৯৩
১৮ ১৪ নৱেম্বৰ ১৯৯৩
১৯ ২১ নৱেম্বৰ ১৯৯৩
২০ ২৮ নৱেম্বৰ ১৯৯৩
২১ ৫ ডিচেম্বৰ ১৯৯৩
২২ ১২ ডিচেম্বৰ ১৯৯৩
২৩ ১৯ ডিচেম্বৰ ১৯৯৩
২৪ ২৬ ডিচেম্বৰ ১৯৯৩
২৫ ২ জানুৱাৰী ১৯৯৪
২৬ ৯ জানুৱাৰী ১৯৯৪
২৭ ১৬ জানুৱাৰী ১৯৯৪
২৮ ২৩ জানুৱাৰী ১৯৯৪
২৯ ৩০ জানুৱাৰী ১৯৯৪
৩০ ৬ ফেব্ৰুৱাৰী ১৯৯৪
৩১ ১৩ ফেব্ৰুৱাৰী ১৯৯৪
৩২ ২০ ফেব্ৰুৱাৰী ১৯৯৪
৩৩ ২৭ ফেব্ৰুৱাৰী ১৯৯৪
৩৪ ৬ মাৰ্চ ১৯৯৪
৩৫ ১৩ মাৰ্চ ১৯৯৪
৩৬ ২০ মাৰ্চ ১৯৯৪
৩৭ ২৭ মাৰ্চ ১৯৯৪
৩৮ ৩ এপ্ৰিল ১৯৯৪
৩৯ ১০ এপ্ৰিল ১৯৯৪
৪০ ১৭ এপ্ৰিল ১৯৯৪
৪১ ২৪ এপ্ৰিল ১৯৯৪
৪২ ১ মে’ ১৯৯৪
৪৩ ৮ মে’ ১৯৯৪
৪৪ ১৫ মে’ ১৯৯৪
৪৫ ২২ মে’ ১৯৯৪
৪৬ ২৯ মে’ ১৯৯৪
৪৭ ৫ জুন ১৯৯৪
৪৮ ১২ জুন ১৯৯৪
৪৯ ১৯ জুন ১৯৯৪
৫০ ২৬ জুন ১৯৯৪
৫১ ৩ জুলাই ১৯৯৪
৫২ ১০ জুলাই ১৯৯৪
৫৩ ১৭ জুলাই ১৯৯৪
৫৪ ২৪ জুলাই ১৯৯৪
৫৫ ৩১ জুলাই ১৯৯৪
৫৬ ৭ আগষ্ট ১৯৯৪
৫৭ ১৪ আগষ্ট ১৯৯৪
৫৮ ২১ আগষ্ট ১৯৯৪
৫৯ ২৮ আগষ্ট ১৯৯৪
৬০ ৪ চেপ্তেম্বৰ ১৯৯৪
৬১ ১১ চেপ্তেম্বৰ ১৯৯৪
৬২ ১৮ চেপ্তেম্বৰ ১৯৯৪
৬৩ ২৫ চেপ্তেম্বৰ ১৯৯৪
৬৪ ২ অক্টোবৰ ১৯৯৪
৬৫ ৯ অক্টোবৰ ১৯৯৪
৬৬ ১৬ অক্টোবৰ ১৯৯৪
৬৭ ২৩ অক্টোবৰ ১৯৯৪
৬৮ ৩০ অক্টোবৰ ১৯৯৪
৬৯ ৬ নৱেম্বৰ ১৯৯৪
৭০ ১৩ নৱেম্বৰ ১৯৯৪
৭১ ২০ নৱেম্বৰ ১৯৯৪
৭২ ২৭ নৱেম্বৰ ১৯৯৪
৭৩ ৪ ডিচেম্বৰ ১৯৯৪
৭৪ ১১ ডিচেম্বৰ ১৯৯৪
৭৫ ১৮ ডিচেম্বৰ ১৯৯৪
৭৬ ২৫ ডিচেম্বৰ ১৯৯৪
৭৭ ১ জানুৱাৰী ১৯৯৫
৭৮ ৮ জানুৱাৰী ১৯৯৫
৭৯ ১৫ জানুৱাৰী ১৯৯৫
৮০ ২২ জানুৱাৰী ১৯৯৫
৮১ ২৯ জানুৱাৰী ১৯৯৫
৮২ ৫ ফেব্ৰুৱাৰী ১৯৯৫
৮৩ ১২ ফেব্ৰুৱাৰী ১৯৯৫
৮৪ ১৯ ফেব্ৰুৱাৰী ১৯৯৫
৮৫ ২৬ ফেব্ৰুৱাৰী ১৯৯৫
৮৬ ৫ মাৰ্চ ১৯৯৫
৮৭ ১২ মাৰ্চ ১৯৯৫
৮৮ ১৯ মাৰ্চ ১৯৯৫
৮৯ ২৬ মাৰ্চ ১৯৯৫
৯০ ২ এপ্ৰিল ১৯৯৫
৯১ ৯ এপ্ৰিল ১৯৯৫
৯২ ১৬ এপ্ৰিল ১৯৯৫
৯৩ ২৩ এপ্ৰিল ১৯৯৫
৯৪ ৩০ এপ্ৰিল ১৯৯৫
৯৫ ৭ মে’ ১৯৯৫
৯৬ ১৪ মে’ ১৯৯৫
৯৭ ২১ মে’ ১৯৯৫
৯৮ ২৮ মে’ ১৯৯৫
৯৯ ৪ জুন ১৯৯৫
১০০ ১১ জুন ১৯৯৫
১০১ ১৮ জুন ১৯৯৫
১০২ ২৫ জুন ১৯৯৫
১০৩ ২ জুলাই ১৯৯৫
১০৪ ৯ জুলাই ১৯৯৫
১০৫ ১৬ জুলাই ১৯৯৫
১০৬ ২৩ জুলাই ১৯৯৫
১০৭ ৩০ জুলাই ১৯৯৫
১০৮ ৬ আগষ্ট ১৯৯৫
১০৯ ১৩ আগষ্ট ১৯৯৫
১১০ ২০ আগষ্ট ১৯৯৫
১১১ ২৭ আগষ্ট ১৯৯৫
১১২ ৩ চেপ্তেম্বৰ ১৯৯৫
১১৩ ১০ চেপ্তেম্বৰ ১৯৯৫
১১৪ ১৭ চেপ্তেম্বৰ ১৯৯৫
১১৫ ২৪ চেপ্তেম্বৰ ১৯৯৫
১১৬ ১ অক্টোবৰ ১৯৯৫
১১৭ ৮ অক্টোবৰ ১৯৯৫
১১৮ ১৫ অক্টোবৰ ১৯৯৫
১১৯ ২২ অক্টোবৰ ১৯৯৫
১২০ ২৯ অক্টোবৰ ১৯৯৫
১২১ ৫ নৱেম্বৰ ১৯৯৫
১২২ ১২ নৱেম্বৰ ১৯৯৫
১২৩ ১৯ নৱেম্বৰ ১৯৯৫
১২৪ ২৬ নৱেম্বৰ ১৯৯৫
১২৫ ৩ ডিচেম্বৰ ১৯৯৫
১২৬ ১০ ডিচেম্বৰ ১৯৯৫
১২৭ ১৭ ডিচেম্বৰ ১৯৯৫
১২৮ ২৪ ডিচেম্বৰ ১৯৯৫
১২৯ ৩১ ডিচেম্বৰ ১৯৯৫
১৩০ ৭ জানুৱাৰী ১৯৯৬
১৩১ ১৪ জানুৱাৰী ১৯৯৬
১৩২ ২১ জানুৱাৰী ১৯৯৬
১৩৩ ২৮ জানুৱাৰী ১৯৯৬
১৩৪ ৪ ফেব্ৰুৱাৰী ১৯৯৬
১৩৫ ১১ ফেব্ৰুৱাৰী ১৯৯৬
১৩৬ ১৮ ফেব্ৰুৱাৰী ১৯৯৬
১৩৭ ২৫ ফেব্ৰুৱাৰী ১৯৯৬
১৩৮ ৩ মাৰ্চ ১৯৯৬
১৩৯ ১০ মাৰ্চ ১৯৯৬
১৪০ ১৭ মাৰ্চ ১৯৯৬
১৪১ ২৪ মাৰ্চ ১৯৯৬
১৪২ ৩১ মাৰ্চ ১৯৯৬
১৪৩ ৭ এপ্ৰিল ১৯৯৬
১৪৪ ১৪ এপ্ৰিল ১৯৯৬
১৪৫ ২১ এপ্ৰিল ১৯৯৬
১৪৬ ২৮ এপ্ৰিল ১৯৯৬
১৪৭ ৫ মে’ ১৯৯৬
১৪৮ ১২ মে’ ১৯৯৬
১৪৯ ১৯ মে’ ১৯৯৬
১৫০ ২৬ মে’ ১৯৯৬
১৫১ ২ জুন ১৯৯৬
১৫২ ৯ জুন ১৯৯৬
১৫৩ ১৬ জুন ১৯৯৬
১৫৪ ২৩ জুন ১৯৯৬
১৫৫ ৩০ জুন ১৯৯৬
১৫৬ ৭ জুলাই ১৯৯৬
১৫৭ ১৪ জুলাই ১৯৯৬
১৫৮ ২১ জুলাই ১৯৯৬
১৫৯ ২৮ জুলাই ১৯৯৬
১৬০ ৪ আগষ্ট ১৯৯৬
১৬১ ১১ আগষ্ট ১৯৯৬
১৬২ ১৮ আগষ্ট ১৯৯৬
১৬৩ ২৫ আগষ্ট ১৯৯৬
১৬৪ ১ চেপ্তেম্বৰ ১৯৯৬
১৬৫ ৮ চেপ্তেম্বৰ ১৯৯৬
১৬৬ ১৫ চেপ্তেম্বৰ ১৯৯৬
১৬৭ ২২ চেপ্তেম্বৰ ১৯৯৬
১৬৮ ২৯ চেপ্তেম্বৰ ১৯৯৬
১৬৯ ৬ অক্টোবৰ ১৯৯৬
১৭০ ১৩ অক্টোবৰ ১৯৯৬
১৭১ ২০ অক্টোবৰ ১৯৯৬
১৭২ ২৭ অক্টোবৰ ১৯৯৬
১৭৩ ৩ নৱেম্বৰ ১৯৯৬
১৭৪ ১০ নৱেম্বৰ ১৯৯৬
১৭৫ ১৭ নৱেম্বৰ ১৯৯৬
১৭৬ ২৪ নৱেম্বৰ ১৯৯৬
১৭৭ ১ ডিচেম্বৰ ১৯৯৬
১৭৮ ৮ ডিচেম্বৰ ১৯৯৬
১৭৯ ১৫ ডিচেম্বৰ ১৯৯৬
১৮০ ২২ ডিচেম্বৰ ১৯৯৬
১৮১ ২৯ ডিচেম্বৰ ১৯৯৬
১৮২ ৫ জানুৱাৰী ১৯৯৭
১৮৩ ১২ জানুৱাৰী ১৯৯৭
১৮৪ ১৯ জানুৱাৰী ১৯৯৭
১৮৫ ২৬ জানুৱাৰী ১৯৯৭
১৮৬ ২ ফেব্ৰুৱাৰী ১৯৯৭
১৮৭ ৯ ফেব্ৰুৱাৰী ১৯৯৭
১৮৮ ১৬ ফেব্ৰুৱাৰী ১৯৯৭
১৮৯ ২৩ ফেব্ৰুৱাৰী ১৯৯৭
১৯০ ২ মাৰ্চ ১৯৯৭
১৯১ ৯ মাৰ্চ ১৯৯৭
১৯২ ১৬ মাৰ্চ ১৯৯৭
১৯৩ ২৩ মাৰ্চ ১৯৯৭
১৯৪ ৩০ মাৰ্চ ১৯৯৭
১৯৫ ৬ এপ্ৰিল ১৯৯৭
১৯৬ ১৩ এপ্ৰিল ১৯৯৭
১৯৭ ২০ এপ্ৰিল ১৯৯৭
১৯৮ ২৭ এপ্ৰিল ১৯৯৭
১৯৯ ৪ মে’ ১৯৯৭
২০০ ১১ মে’ ১৯৯৭
২০১ ১৮ মে’ ১৯৯৭
২০২ ২৫ মে’ ১৯৯৭
২০৩ ১ জুন ১৯৯৭
২০৪ ৮ জুন ১৯৯৭
২০৫ ১৫ জুন ১৯৯৭
২০৬ ২২ জুন ১৯৯৭
২০৭ ২৯ জুন ১৯৯৭
২০৮ ৬ জুলাই ১৯৯৭
২০৯ ১৩ জুলাই ১৯৯৭
২১০ ২০ জুলাই ১৯৯৭
২১১ ২৭ জুলাই ১৯৯৭
২১২ ৩ আগষ্ট ১৯৯৭
২১৩ ১০ আগষ্ট ১৯৯৭
২১৪ ১৭ আগষ্ট ১৯৯৭
২১৫ ২৪ আগষ্ট ১৯৯৭
২১৬ ৩১ আগষ্ট ১৯৯৭
২১৭ ৭ চেপ্তেম্বৰ ১৯৯৭
২১৮ ১৪ চেপ্তেম্বৰ ১৯৯৭
২১৯ ২১ চেপ্তেম্বৰ ১৯৯৭
২২০ ২৮ চেপ্তেম্বৰ ১৯৯৭
২২১ ৫ অক্টোবৰ ১৯৯৭

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]