গণ মুক্তি সংগ্ৰাম অসম

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search


গণ মুক্তি সংগ্ৰাম অসম ভাৰতৰ অসমৰ এক নতুন আঞ্চলিক ৰাজনৈতিক দল। এই দল গঠনৰ ঘোষণা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ৪থ দ্বি-বাৰ্ষিক অধিৱেশনত অখিল গগৈয়ে কৰে, ২০ মাৰ্চ ২০১৫ত, গান্ধীবাদী নেতা আন্না হাজাৰেৰ ভাষণৰ ঠিক পিছতেই[1]। "এই দল ভাৰতৰ পুঁজীবাদ ব্যৱস্থাক সলোৱাৰ বাবে গঠিত" গগৈয়ে কয়।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]