গোগামুখ মহাবিদ্যালয়
অৱয়ব
(গোগামুখ কলেজৰ পৰা পুনঃনিৰ্দেশিত)
গোগামুখ মহাবিদ্যালয় | |
---|---|
গোগামুখ মহাবিদ্যালয়ৰ তোৰণ | |
স্থাপিত | ১৯৮১ |
ধৰ্মীয় ভুক্তি | ডিব্ৰুগড় বিশ্ববিদ্যালয় |
অধ্যক্ষ | ড° কাশীনাথ গগৈ |
স্থান | ধেমাজি, অসম, ভাৰত |
ৱেবছাইট | https://www.gogamukhcollege.net/ |
ধেমাজি জিলাৰ গোগামুখ অঞ্চলৰ অন্যতম শিক্ষানুষ্ঠান গোগামুখ মহাবিদ্যালয় স্থাপিত হয় ১৯৮১ চনত। ই গোগামুখ চহৰৰ পৰা দক্ষিণে, গোগামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু গোগামুখ ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ৰ মাজত অৱস্থিত । বিজ্ঞান আৰু কলা শাখাৰ পাঠদানৰ সুবিধা থকা এই মহাবিদ্যালয় খন দাতিকাষৰীয়া মিংমাং, নলবাৰী, বৰদৈবাম, চাউলধোৱা আদি ঠাইৰ বাবে উচ্চ-শিক্ষাৰ মূল কেন্দ্ৰ। ২০০৬ চনত ৰূপালী- জয়ন্তী বৰ্ষ পালন কৰা এই মহাবিদ্যালয় খন ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনত স্বীকৃতিপ্ৰাপ্ত।
শৈক্ষিক
[সম্পাদনা কৰক]পাঠ্যক্ৰম সমূহ
[সম্পাদনা কৰক]- উচ্চতৰ মাধ্যমিক (কলা আৰু বাণিজ্য)[1]
- স্নাতক (কলা আৰু বাণিজ্য)
কলা:
- অসমীয়া
- ইংৰাজী
- অৰ্থনীতি
- ৰাজনীতি বিজ্ঞান
- শিক্ষা
- সমাজ শাস্ত্ৰ
- বুৰঞ্জী
- হিন্দী
বাণিজ্য:
- একাউণ্টিং আৰু ফাইনেন্স
- হিউমেন ৰিছ'ৰ্ছ মেনেজমেন্ট
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- মহাবিদ্যালয়ৰ ৱেবচাইট Archived 2020-07-06 at the Wayback Machine
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "আৰ্কাইভ কপি". Archived from the original on 2020-07-06. https://web.archive.org/web/20200706201131/https://www.gogamukhcollege.net/। আহৰণ কৰা হৈছে: 2020-07-06.