গোগামুখ মহাবিদ্যালয়

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(গোগামুখ কলেজৰ পৰা পুনঃনিৰ্দেশিত)
গোগামুখ মহাবিদ্যালয়

গোগামুখ মহাবিদ্যালয়ৰ তোৰণ
স্থাপিত ১৯৮১
ধৰ্মীয় ভুক্তি ডিব্ৰুগড় বিশ্ববিদ্যালয়
অধ্যক্ষ ড° কাশীনাথ গগৈ
স্থান ধেমাজি, অসম, ভাৰত
ৱেবছাইট https://www.gogamukhcollege.net/

ধেমাজি জিলাগোগামুখ অঞ্চলৰ অন্যতম শিক্ষানুষ্ঠান গোগামুখ মহাবিদ্যালয় স্থাপিত হয় ১৯৮১ চনত। ই গোগামুখ চহৰৰ পৰা দক্ষিণে, গোগামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু গোগামুখ ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ৰ মাজত অৱস্থিত । বিজ্ঞান আৰু কলা শাখাৰ পাঠদানৰ সুবিধা থকা এই মহাবিদ্যালয় খন দাতিকাষৰীয়া মিংমাং, নলবাৰী, বৰদৈবাম, চাউলধোৱা আদি ঠাইৰ বাবে উচ্চ-শিক্ষাৰ মূল কেন্দ্ৰ। ২০০৬ চনত ৰূপালী- জয়ন্তী বৰ্ষ পালন কৰা এই মহাবিদ্যালয় খন ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনত স্বীকৃতিপ্ৰাপ্ত।

শৈক্ষিক[সম্পাদনা কৰক]

পাঠ্যক্ৰম সমূহ[সম্পাদনা কৰক]

  • উচ্চতৰ মাধ্যমিক (কলা আৰু বাণিজ্য)[1]
  • স্নাতক (কলা আৰু বাণিজ্য)

কলা:

  • অসমীয়া
  • ইংৰাজী
  • অৰ্থনীতি
  • ৰাজনীতি বিজ্ঞান
  • শিক্ষা
  • সমাজ শাস্ত্ৰ
  • বুৰঞ্জী
  • হিন্দী

বাণিজ্য:

  • একাউণ্টিং আৰু ফাইনেন্স
  • হিউমেন ৰিছ'ৰ্ছ মেনেজমেন্ট

বাহ্যিক সংযোগ[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "আৰ্কাইভ কপি". Archived from the original on 2020-07-06. https://web.archive.org/web/20200706201131/https://www.gogamukhcollege.net/। আহৰণ কৰা হৈছে: 2020-07-06.