চেণ্ট্ৰেল বেংক অৱ ইণ্ডিয়া

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(চেন্ট্ৰেল বেংক অৱ ইণ্ডিয়াৰ পৰা পুনঃনিৰ্দেশিত)

চেন্ট্ৰেল বেংক অৱ ইণ্ডিয়া (ইংৰাজী: Central Bank of India) হৈছে ভাৰতৰ মহাৰাষ্ট্ৰমুম্বাইত মুখ্য কাৰ্যালয় থকা এটা ৰাজহুৱা খণ্ডৰ বেংক। ১৯১১ চনত প্ৰতিষ্ঠা হোৱা এই বেংক ভাৰতৰ অন্যতম পুৰণি বেংক। সমগ্ৰ ভাৰততে এই বেংকটোৰ ৪ হাজাৰৰো অধিক শাখা আৰু ৫ হাজাৰৰো অধিক এটিএমৰ নেটৱৰ্ক আছে।[1]

চেন্ট্ৰেল বেংক অৱ ইণ্ডিয়া
ধৰণ ৰাজহুৱা খণ্ডৰ বেংক
উদ্যোগ বেংকিং, বিত্তীয় সেৱা
স্থাপিত ১৯১১ চন
মুখ্য কাৰ্যালয় মুম্বাই, মহাৰাষ্ট্ৰ, ভাৰত
দেশ/অঞ্চল ভাৰত
পণ্য খুচুৰা বেংকিং, কৰ্পৰেট বেংকিং, বিত্ত আৰু বীমা, বিনিয়োগ বেংকিং, বন্ধকী ঋণ, ব্যক্তিগত বেংকিং, সম্পদ ব্যৱস্থাপনা, ক্ৰেডিট কাৰ্ড, সঞ্চয়, ছিকিউৰিটিজ
ৰাজহ ২৬,৮৭৫.৮১ কোটি (২০২০)
কাৰ্যকৰ আয় ৪,৩২৪.৫৪ কোটি (২০২০)
মুঠ আয় -২,৫১৩.৫২ কোটি (২০২০)
মুঠ সম্পত্তি ৩,১১,৬৯৬.০৯ কোটি (২০২০)
Total equity ১৬,৯০১.৭৫ কোটি (২০২০)
কৰ্মচাৰীৰ সংখ্যা ৩১,৬৯২ (২০২০)
ৱেবছাইট www.centralbankofindia.co.in

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "Profile । Central Bank of India". centralbankofindia.com. Archived from the original on 2023-03-27. https://web.archive.org/web/20230327075735/https://www.centralbankofindia.co.in/en/about-us/profile.