চৰকাৰী দন্ত চিকিৎসা মহাবিদ্যালয়, শিলচৰ
অৱয়ব
চৰকাৰী দন্ত চিকিৎসা মহাবিদ্যালয়, শিলচৰ Government Dental College, Silchar | |
---|---|
স্থাপিত | ২০১৮ |
ধৰণ | ৰাজহুৱা |
স্নাতক শিক্ষাৰ্থী | ৫০ জন (প্ৰতি বছৰে) |
স্থান | শিলচৰ, অসম |
চৌহদ | চহৰীয়া |
চমু নাম | SDC |
ভুক্তি | শ্ৰীমন্ত শঙ্কৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয় ভাৰতীয় দন্ত পৰিষদ |
চৰকাৰী দন্ত চিকিৎসা মহাবিদ্যালয়, শিলচৰ এখন অসমৰ চৰকাৰী দন্ত চিকিৎসা মহাবিদ্যালয়। ২০১৮ চনত অসম চৰকাৰে কাছাৰ জিলাৰ শিলচৰত এই মহাবিদ্যালয় খন প্ৰতিষ্ঠা কৰে।
মহাবিদ্যালয়খনে ৫ বছৰীয়া দন্ত চিকিৎসা বিজ্ঞানৰ স্নাতক ডিগ্ৰী প্ৰদান কৰে। চৰকাৰী দন্ত চিকিৎসা মহাবিদ্যালয় শ্ৰীমন্ত শঙ্কৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত আৰু ভাৰতীয় দন্ত পৰিষদৰ পৰা স্বীকৃতি প্ৰাপ্ত।[1]
শিক্ষা
[সম্পাদনা কৰক]এই মহাবিদ্যালয়খনে ৫ বছৰীয়া দন্ত চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰম আগবঢ়ায়। এই পাঠ্যক্ৰমত নামভৰ্তি ৰাষ্ট্ৰীয় পাত্ৰতা আৰু প্ৰৱেশ পৰীক্ষা(NEET)ৰ ফলাফলৰ ওপৰত আধাৰিত। ই অসম চিকিৎসা শিক্ষা সঞ্চালকালয়ৰ দ্বাৰা পৰিচালিত আৰু শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত।
পাঠ্যক্ৰম
[সম্পাদনা কৰক]- দন্ত চিকিৎসা বিজ্ঞানৰ স্নাতক - ৫০ খন আসন[2]
তথ্য উৎস
[সম্পাদনা কৰক]- ↑ "about us". ssuhs.in. http://ssuhs.in/node.php?u=afflt। আহৰণ কৰা হৈছে: 2018-07-02.
- ↑ "Two more dental colleges in the offing". sentinelassam.com. https://www.sentinelassam.com/news/two-more-dental-colleges-in-the-offing/। আহৰণ কৰা হৈছে: 2018-07-02.