সমললৈ যাওক

জ'ৰাম নেচনেলিষ্ট পাৰ্টী

অসমীয়া ৱিকিপিডিয়াৰ পৰা

জ'ৰাম নেচনেলিষ্ট পাৰ্টী

সংক্ষিপ্ত নাম
নেতা লালডুহ'মা
সভাপতি
অধ্যক্ষ
মহাসচিব
মুখপাত্ৰ
সংসদীয় সভাপতি
লোকসভাৰ নেতা
ৰাজ্যসভাৰ নেতা
প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী
প্ৰাক্তন প্ৰধানমন্ত্ৰী
প্ৰতিষ্ঠাপক
প্ৰতিষ্ঠা ১৯৯৭
বিলুপ্তি
বিভাজন
একত্ৰীকৰণ
পূৰ্বসূৰী
উত্তৰসূৰী
মুখ্য কাৰ্যালয় আইজল, মিজোৰাম
স্বীকৃতি
মিত্ৰজোঁট
ৰাষ্ট্ৰীয় আহ্বায়ক
সদস্য সংখ্যা
লোকসভাত আসন
ৰাজ্যসভাত আসন
ৰাজ্যিক আসন
সদস্যতা
মতাদৰ্শ আঞ্চলিক
আন্তঃৰাষ্ট্ৰীয় সংযোগ
শ্লোগান
ৰং
ৰাজনৈতিক অৱস্থান
প্ৰকাশন
যুৱ শাখা
ছাত্ৰ শাখা
মহিলা শাখা
শ্ৰমিক শাখা
কৃষক শাখা
ৱেবছাইট জ'ৰাম নেচনেলিষ্ট পাৰ্টীৰ ৱেবছাইট
নিৰ্বাচনী প্ৰতীক

জ'ৰাম নেচনেলিষ্ট পাৰ্টী ভাৰতমিজোৰাম ৰাজ্যৰ এটা স্বীকৃতিপ্ৰাপ্ত আঞ্চলিক ৰাজনৈতিক দল। এই দলটোৰ পূৰ্বৰ নাম আছিল মিজো নেচনেল ফ্ৰণ্ট(নেচনেলিষ্ট)। পূৰ্বৰ সাংসদ লালডুহ'মা এই দলটোৰ নেতৃত্ব বহন কৰি আহিছে। ১৯৯৭ চনত মিজো নেচনেল ফ্ৰণ্টৰ পৰা ফাটি যোৱা এটা অংশই মিজো নেচনেল ফ্ৰণ্ট(নেচনেলিষ্ট) গঠন কৰিছিল।

২০০৩ আৰু ২০০৮ চনৰ ৰাজ্য বিধানসভাৰ নিৰ্বাচনত এই দলটোৱে ২ খনকৈ আসনত জয়লাভ কৰিছিল।

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]

তথ্য উৎস

[সম্পাদনা কৰক]