জয়পুৰ সংৰক্ষিত বনাঞ্চল, ডিব্ৰুগড়

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search


জয়পুৰ সংৰক্ষিত বনাঞ্চল
Joypur reserve Assam.svg
অৱস্থান অসম, ভাৰত
নিকটতম চহৰ ডিব্ৰুগড়
ক্ষেত্ৰফল ১০,৮৭৬.৬৮ হেক্টৰ(১০৮ বৰ্গ কিলোমিটাৰ)
গভাৰ্নিং বডী অসম চৰকাৰৰ বন বিভাগ

জয়পুৰ সংৰক্ষিত বনাঞ্চল হৈছে অসমডিব্ৰুগড় জিলাৰ এখন বৰ্ষাৰণ্য। এই বনাঞ্চলখন 'পূবৰ আমাজান' (The Amazon of the east) খ্যাত দিহিং পাটকাই অভয়াৰণ্য[1]  অন্তৰ্গত।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]