জলেশ্বৰ (বিধানসভা সমষ্টি)
অৱয়ব
(জলেশ্বৰ ( অসমৰ বিধানসভা সমষ্টি)ৰ পৰা পুনঃনিৰ্দেশিত)
জলেশ্বৰ | |
|---|---|
অসম বিধানসভাৰ সমষ্টি | |
| দেশ | |
| ৰাজ্য | অসম |
| জিলা | গোৱালপাৰা |
| বিধানসভা নং | ৩৯ |
জ্বলেশৰ (বিধান সভা সমষ্টি) অসম বিধানসভাৰ ১২৬ খন বিধানসভা সমষ্টিৰ এখন। অসম বিধানসভাৰ সমষ্টিসমূহৰ ক্ৰমাংক অনুসৰি ৩৯ হৈছে জ্বলেশৰ বিধানসভা সমষ্টিৰ ক্ৰমাংক। জ্বলেশৰ গোৱালপাৰা জিলাৰ চাৰিটা বিধানসভা সমষ্টিৰ অন্যতম। ই ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্গত দহখন বিধানসভা সমষ্টিৰ এখন।
বিধান সভাৰ নিৰ্বাচিত সদস্য সকল[1]
[সম্পাদনা কৰক]- ১৯৭৮: আফজালুৰ ৰহমান, জনতা পাৰ্টি
- ১৯৮৩: আফজালুৰ ৰহমান, ভাৰতীয় কংগ্ৰেছ (সমাজবাদি)
- ১৯৮৫: আফজালুৰ ৰহমান, নিৰ্দলীয়
- ১৯৯১: আফজালুৰ ৰহমান, ভাৰতীয় জাতীয় কংগ্ৰেছ
- ১৯৯৬: আফজালুৰ ৰহমান, ভাৰতীয় জাতীয় কংগ্ৰেছ
- ২০০১: আফতাব উদ্দিন মোল্লা, ভাৰতীয় জাতীয় কংগ্ৰেছ
- ২০০৬: আফজালুৰ ৰহমান, লোক সনমিলন
- ২০১১: মইনউদ্দিন আহমেদ, সৰ্ব ভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চা
- ২০১৬: সাহাব উদ্দিন আহমেদ, সৰ্ব ভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চা
- ২০২১: আফতাব উদ্দিন মোল্লা, ভাৰতীয় জাতীয় কংগ্ৰেছ
নিৰ্বাচন ফলাফল
[সম্পাদনা কৰক]২০১৬ চনৰ [2]
[সম্পাদনা কৰক]| ক্ৰম | প্ৰাৰ্থী | ভোটৰ সংখ্যা | শতকৰা হাৰ | দল |
|---|---|---|---|---|
| ১ | সাহাব উদ্দিন আহমেদ | ৫৬০০৩ | ৪৩.৬৭ | সৰ্ব ভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চা |
| ২ | আফতাব উদ্দিন মোল্লা | ৩৯৩৪১ | ৩৮.৪৮ | নিৰ্দলীয় |
| ৩ | আব্দুৰ ৰহিম জিব্ৰান | ১১৫৩৫ | ৮.৯৯ | ভাৰতীয় জনতা পাৰ্টি |
| ৪ | আব্দুল ফাজাল নাছিৰ উদ্দিন মোল্লা | ৬, ৫৬৭ | ৫.১২ | ভাৰতীয় জাতীয় কংগ্ৰেছ |
| ৫ | আব্দুল ওয়াহিদ শ্বেখ | ১,৪৩৩ | ১.১১ | বি,আৰ,পি |
| ৬ | আব্দুছ ছালাম | ৭৬১ | ০.৫৯ | ছচিয়ালিষ্ট উনিচি ছেন্টাৰ অফ ইণ্ডিয়া (কমিউনিষ্ট) |
| ৭ | ইন্নাছ আলি | ৬৯০ | ০.৫৩ | নিৰ্দলীয় |
| ৮ | নোটা | ৬২৭ | ০.৪৮ |
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "Sitting and previous MLAs from Jaleswar Assembly Constituency". http://www.elections.in/assam/assembly-constituencies/jaleswar.html। আহৰণ কৰা হৈছে: 29 June 2016.
- ↑ "Jaleswar (Assam) Election Results 2016". elections.in. http://www.elections.in/assam/assembly-constituencies/। আহৰণ কৰা হৈছে: 1 July 2016.