জুনহেব'ট'

অসমীয়া ৱিকিপিডিয়াৰ পৰা
জুনহেব'ট'
—  নগৰ  —
Image of Zunheboto.jpegজুনহেব'ট' নগৰৰ দৃশ্য
অন্য নাম: লেণ্ড অৱ ওৱৰীৱৰ্চ
ভৌগোলিক স্থানাংক: 25°58′00″N 94°31′00″E / 25.9667°N 94.51667°E / 25.9667; 94.51667
দেশ  ভাৰত
ৰাজ্য নাগালেণ্ড
জিলা জুনহেব'ট'
উচ্চতা ১,৮৫২ মিটাৰ (৬,০৭৬.১২ ফুট)
জনসংখ্যা (২০১১)[1]
 - মুঠ ২২,৮০৯ জন
 - জনঘনত্ব ৩৩১ প্ৰতি বৰ্গ কি.মি. 
(৮৫৭.৩ প্ৰতি বৰ্গ মাইল)
ভাষাসমূহ
 - আধিকাৰিক ইংৰাজী আৰু ছুমি
সময় অঞ্চল ভামাস (গ্ৰী.মা.স.+5:30)
যানবাহনৰ নম্বৰ NL-06
ৱেবছাইট zunheboto.nic.in

জুনহেব'ট' (Pron:/ˌzʌnˈhiːbəʊtəʊ/) ভাৰতনাগালেণ্ড ৰাজ্যৰ এখন নগৰ।

শিক্ষা প্ৰতিষ্ঠানসমূহ[সম্পাদনা কৰক]

মন কৰিব: তলৰ তালিকাখন বৰ্ণানুক্ৰমিক নহয়।

বিদ্যালয়সমূহ[সম্পাদনা কৰক]

  • Woodland Hr. Sec School
  • Immanuel School
  • Olympic hr. sec. School
  • Love Dale hr. sec. School
  • Corner Stone Foundation School
  • Bloomfield Hill School
  • St. Anthony School
  • New Era School
  • Sunbeam School
  • Step By Step School
  • Merry Hill School
  • Seven Home School
  • Kids World Montessori
  • Little Spring School
  • Sacred Heart School
  • Eden Garden School
  • Shamrock School
  • Govt hr sec school
  • Kendriya vidyalaya ,lumami

মহাবিদ্যালয়সমূহ[সম্পাদনা কৰক]

  • Zunheboto govt. College
  • Nito Theological College
  • Anderson Theological College
  • Khelhoshe Polytechnic Atoizu

বিশ্ববিদ্যালয়[সম্পাদনা কৰক]

  • নাগালেণ্ড বিশ্ববিদ্যালয়, লুমামি

জনগাঁথনি[সম্পাদনা কৰক]

২০১১ চনৰ লোকপিয়ল অনুসৰি,[1] জুহনেব'ট'ৰ জনসংখ্যা ২২,৮০৯জন, য'ৰ ৫৫% পুৰুষ আৰু ৪৫% মহিলা। গড় সাক্ষৰতাৰ হাৰ হ'ল ৮৫%, যি ৭৪.০৪%-ৰ ৰাষ্ট্ৰীয় গড়তকৈ অধিক: পুৰুষৰ সাক্ষৰতাৰ হাৰ ৮১% আৰু মহিলাৰ ৭৭%। প্ৰায় ১৪% জনসংখ্যা ০-৬ বছৰীয়া শিশু।

জলবায়ু[সম্পাদনা কৰক]

জুহনেব'ট'ৰ জলবায়ুৰ তথ্য
মাহ জানু. ফেব্ৰু. মাৰ্চ এপ্ৰি. মে জুন জুলা. আগ. চেপ্টে. অক্টো. নৱে. ডিচে. বছৰ
সৰ্বাধিক উষ্ণতা °C (°F) 23.5
(74.3)
25.0
(77.0)
29.1
(84.4)
32.2
(90.0)
33.9
(93.0)
30.5
(86.9)
33.1
(91.6)
31.1
(88.0)
31.0
(87.8)
31.5
(88.7)
29.5
(85.1)
26.0
(78.8)
33.9
(93.0)
গড় উষ্ণতা - উচ্চ °C (°F) 16.6 17.9 22.1 24.1
(75.4)
24.4
(75.9)
24.9
(76.8)
25.0
(77.0)
25.4
(77.7)
25.0
(77.0)
23.4
(74.1)
20.6
(69.1)
17.7
(63.9)
22.2
(72.0)
গড় উষ্ণতা - নিম্ন °C (°F) 8.1
(46.6)
9.3
(48.7)
12.7
(54.9)
15.6
(60.1)
16.9
(62.4)
18.1
(64.6)
18.8
(65.8)
18.9
(66.0)
18.1
(64.6)
16.6
(61.9)
13.1
(55.6)
9.4
(48.9)
14.6
(58.3)
সৰ্বনিম্ন উষ্ণতা °C (°F) 1.0
(33.8)
2.3
(36.1)
4.0
(39.2)
5.0
(41.0)
10.0
(50.0)
9.4
(48.9)
7.8
(46.0)
8.3
(46.9)
8.9
(48.0)
5.0
(41.0)
3.1
(37.6)
2.8
(37.0)
1.0
(33.8)
বৰ্ষাপাত mm (ইঞ্চি) 11.7
(0.461)
35.4
(1.394)
47.6
(1.874)
88.7
(3.492)
159.2
(6.268)
333.8
(13.142)
371.8
(14.638)
364.0
(14.331)
250.1
(9.846)
126.0
(4.961)
35.2
(1.386)
7.8
(0.307)
1,831.3
(72.098)
Avg. rainy days 2.0 3.9 5.8 12.2 16.9 23.1 24.6 22.9 19.1 10.7 3.6 1.4 146.2
[উদ্ধৃতিৰ প্ৰয়োজন]

তথ্যসূত্ৰ[সম্পাদনা কৰক]