জ্যোতিপ্ৰসাদ এজ্‌ এ ফিল্ম মেকাৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
জ্যোতিপ্ৰসাদ এছ এ ফিল্ম মেকাৰ (Jyotiprasad as a Film Maker)  

গ্ৰন্থৰ বেটুপাত
লেখক অপূৰ্ব শৰ্মা
দেশ অসম,  ভাৰত
ভাষা ইংৰাজী
বিষয় জীৱনী
প্ৰকাশক ৰাজীব বৰুৱা
আদি পাব্লিকেশ্যনছ
প্ৰকাশ ১৭ জুন, ২০০৫
মিডিয়া প্ৰকাৰ মূদ্ৰন (Hardcover & Paperback)

জ্যোতিপ্ৰসাদ এছ এ ফিল্ম মেকাৰ (ইংৰাজী: Jyotiprasad as a Film Maker) গৌহাটী চাইন ক্লাবৰ সৌজন্যত প্ৰকাশিত অপূৰ্ব শৰ্মাৰ দ্বাৰা ৰচিত আৰু আদি পাব্লিকেশ্যনছৰ ৰাজীৱ বৰুৱাৰ দ্বাৰা প্ৰকাশিত এখন গ্ৰন্থ৷ এই গ্ৰন্থখনে ২০০৫ চনৰ ১৭ জুনত জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্মদিৱস, শিল্পী দিৱসৰ দিনাখনত মুক্তি পাইছিল৷[1][2] গ্ৰন্থখনত জ্যোতিপ্ৰসাদ আগৰৱালাৰ চলচ্চিত্ৰ নিৰ্মান সম্পৰ্কে ধাৰণা আৰু কৌশলৰ লগতে সেইসময়ৰ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয চলচ্চিত্ৰৰ ৰূপৰেখাৰো বিৱৰণ দিছে৷[1]

লগতে চাওক[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 "Jyoti Prasad as a Film Maker". Gauhati Cine Club. Archived from the original on 24 July 2010. https://web.archive.org/web/20100724193019/http://gauhaticineclub.org/publications.html। আহৰণ কৰা হৈছে: 1 February 2010. 
  2. Maitrayee, Maitrayee (Friday, May 27, 2005). "Tome tribute to Jyotiprasad - Book to focus on filmmaker?s unacknowledged contribution to cinema". The Telegraph. http://www.telegraphindia.com/1050527/asp/northeast/story_4790513.asp। আহৰণ কৰা হৈছে: 1 February 2010.