টাই ভাষা
ঝুৱাং-টাই ভাষা | |
---|---|
জাতি: | টাই জাতি |
ভৌগোলিক বিস্তৃতি: |
চীন (বিশেষকৈ গুৱাংচি, য়ুনান and মুং দঙ), দক্ষিণ পূব এচিয়া |
ভাষাৰ শ্ৰেণীবিভাজন: |
|
প্ৰাক্-ভাষা: | প্ৰাচীন-টাই |
উপশ্ৰেণীসমূহ: |
উত্তৰ (NT)
মধ্য (CT)
দক্ষিণ পশ্চিম (SWT)
(ঝুৱাং ভাষা)
|
ISO 639-2 and 639-5: | tai |
![]() টাই ভাষা টাই ভাষাৰ প্ৰকাৰ সমুহ হল: উত্তৰৰ টাই / উত্তৰৰ ঝুৱাঙ
মাজ টাই / দক্ষিণ ঝুৱাঙ
দক্ষিণ পশ্চিম টাই / থাই |
টাই ভাষা (ইংৰাজী: Tai languages) বা ঝুৱাং-টাই ভাষা (Zhuang–Tai languages) হল এটা ভাষাৰ সমুহ। ইয়াত অসমৰ আহোম ভাষা, অৰুণাচলৰ খামতি ভাষা, চীনৰ গুৱাংচিৰ জাতীয় ভাষা দাই ভাষা ,থাইলেণ্ডৰ ৰাষ্ট্ৰীয় ভাষা থাই ভাষা, লাওছৰ ৰাষ্ট্ৰীয় ভাষা লাও ভাষা আৰু মান দেশৰ শান ভাষা অন্তৰ্ভুক্ত কৰা হৈছে।[1]
লগতে চাওক[সম্পাদনা কৰক]
তথ্য সংগ্ৰহ[সম্পাদনা কৰক]
- ↑ Conference on Tai Phonetics and Phonology, Jimmy G. Harris, and Richard B. Noss. Tai Phonetics and Phonology. [Bangkok: Central Institute of English Language, Office of State Universities, Faculty of Science, Mahidol University, 1972.