টিনে মেনা
অৱয়ব
ব্যক্তিগত তথ্য | |
---|---|
মুখ্য পেছা | পৰ্বতাৰোহন |
জন্ম | ১৭ ছেপ্টেম্বৰ, ১৯৮৬ (৩৭ বছৰ) এছালি,[1] আপাৰ দিবাং ভেলী, অৰুণাচল প্ৰদেশ ভাৰত |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
কেৰিয়াৰ | |
আৰম্ভণিৰ বয়স | ১৬ |
Starting discipline | প’ৰ্টাৰ |
উল্লেখযোগ্য সাফল্য | ২০১১ চনৰ ৯ মে'ত উত্তৰ-পূব ভাৰত আৰু অৰুণাচল প্ৰদেশৰ পৰা মাউণ্ট এভাৰেষ্টৰ শিখৰত উপনীত হোৱা প্ৰথমগৰাকী মহিলা[2] |
Famous Partnerships | ৰেজিনা মিহু, পপি মিছো, ইন্নি মেঞ্জো, কুছু মেঞ্জো,পৰেশ মিহু, বাৰুং মিহু |
পৰিয়াল | |
Spouse | দেছালি ভিলেজৰ |
সন্তান | ১ |
টিনে মেনা (জন্ম: ১৭ ছেপ্টেম্বৰ ১৯৮৬) এগৰাকী ভাৰতীয় পৰ্বতাৰোহনকাৰী, যিয়ে ২০১১ চনৰ ৯ মে'ত উত্তৰ-পূব ভাৰতৰ পৰা মাউণ্ট এভাৰেষ্টৰ শিখৰত উপনীত হোৱা প্ৰথমগৰাকী অৰুণাচলী মহিলা হিচাপে পৰিগণিত।[2][3][4][5]
টিনেৰ জন্ম হৈছিল জিলাৰ সদৰ স্থান ৰয়িঙৰ পৰা ১৭৮ কিলোমিটাৰ দূৰত্বত অৱস্থিত এছালি নামৰ এখন দুৰ্গম গাঁৱত।[6] তেওঁৰ শৈশৱ পাহাৰ আৰু প্ৰকৃতিৰ কোলাত পাৰ হৈছিল। মাত্ৰ ১৭ বছৰ বয়সতে ভাৰতীয় সেনাবাহিনীৰ পৰ্টাৰৰ কাম কৰিছিল। ২০১১ চনত এই এভাৰেষ্ট অভিযানৰ সময়ত তেওঁৰ মুঠ ব্যয় প্ৰায় ২০ লাখ টকাৰ ওচৰত আছিল।[2]
তথ্য সূত্ৰ
[সম্পাদনা কৰক]- ↑ "Arunachal girl become 1st Indian women to conquer Mt. Everest". isikkim. http://isikkim.com/2011-05-arunachal-girl-becomes-first-indian-women-to-conquers-mt-everest-114/। আহৰণ কৰা হৈছে: 21 January 2015.
- ↑ 2.0 2.1 2.2 "A conversation with Tine Mena". The Arunachal Times. http://www.arunachaltimes.in/wordpress/2015/01/21/a-conversation-with-tine-mena/। আহৰণ কৰা হৈছে: 21 January 2015.
- ↑ "Tine Mena : First Woman from North East India to conquer Everest". The Northeastern Blog. Archived from the original on 4 March 2016. https://web.archive.org/web/20160304033619/http://www.northeastblog.in/arunachal-pradesh/tine-mena-first-woman-from-north-east-india-to-conquer-everest/। আহৰণ কৰা হৈছে: 21 January 2015.
- ↑ "THAT's Professional (Travel, Hospitality, Aviation & Tourism)". LinkedIn. https://www.linkedin.com/groups/First-woman-climber-from-India-64789.S.53827923। আহৰণ কৰা হৈছে: 21 January 2015.
- ↑ "Two girls from Arunachal Pradesh to set off for Everest expedition". DNA India. http://www.dnaindia.com/india/report-two-girls-from-arunachal-pradesh-to-set-off-for-everest-expedition-1526604। আহৰণ কৰা হৈছে: 21 January 2015.
- ↑ "Northeast's first woman Everester Tine's story now in children's book". NORTHEAST NOW. 15 October 2018. https://nenow.in/north-east-news/northeasts-first-woman-everester-tines-story-now-in-childrens-book.html.