সমললৈ যাওক

তৰণ আদৰ্শ

অসমীয়া ৱিকিপিডিয়াৰ পৰা


তৰণ আদৰ্শ
স্থানীয় নাম तरण आदर्श
জন্ম ১৩ জুন, ১৯৬৫ (৫৯ বছৰ)
দিল্লী, ভাৰত
পেচা চলচ্চিত্ৰ সমালোচক আৰু বাণিজ্য বিশ্লেষক
সক্ৰিয় হৈ থকা সময় ১৯৮১–বৰ্তমান


তৰণ আদৰ্শ ( হিন্দী: तरण आदर्श; জন্ম ১৩ জুন ১৯৬৫) এজন ভাৰতীয় চলচ্চিত্ৰ সমালোচক, সাংবাদিক, সম্পাদক আৰু চলচ্চিত্ৰ বাণিজ্য বিশ্লেষক।[1][2] তেওঁ বি কে আদৰ্শৰ পুত্ৰ। তেওঁ টুইটাৰত চিনেমা সম্পৰ্কীয় খবৰ আৰু বক্স অফিচৰ শেহতীয়া তথ্য প্ৰদানৰ বাবে সুপৰিচিত।[3]

কৰ্মজীৱন

[সম্পাদনা কৰক]

১৫ বছৰ বয়সত ট্ৰেড গাইডৰ সম্পাদক হিচাপে তৰণ আদৰ্শে নিজৰ কেৰিয়াৰ আৰম্ভ কৰে। ১৯৯৪ চনত তৰণ আদৰ্শে শ্বেহজাদ খান আৰু কাশ্মীৰা শ্বাহ অভিনীত বলীউড ছবিৰ আধাৰত নিৰ্মিত টিভি ধাৰাবাহিক হেলো বলীউড প্ৰযোজনা কৰে। তেতিয়াও তেওঁ ট্ৰেড গাইডৰ সৈতে জড়িত আছিল। বৰ্তমান তেওঁ বলীউড সম্পৰ্কীয় ৱেবছাইট বলীউড হাংগামাৰ সৈতে জড়িত।[4]

চলচ্চিত্ৰ

[সম্পাদনা কৰক]
  • হেল্ল' বলীউড (১৯৯৪) - পৰিচালক, প্ৰযোজক আৰু লেখক।

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Sen, Meheli (1 March 2017) (en ভাষাত). Haunting Bollywood: Gender, Genre, and the Supernatural in Hindi Commercial Cinema. University of Texas Press. পৃষ্ঠা. 216. ISBN 978-1-4773-1160-8. https://books.google.com/books?id=Cq70DQAAQBAJ&pg=PA216. 
  2. Devasundaram, Ashvin Immanuel (25 October 2018) (en ভাষাত). Indian Cinema Beyond Bollywood: The New Independent Cinema Revolution. Routledge. ISBN 978-1-351-25424-3. https://books.google.com/books?id=m_l0DwAAQBAJ&pg=PT259. 
  3. Rai, Amit S. (27 May 2009) (en ভাষাত). Untimely Bollywood: Globalization and India's New Media Assemblage. Duke University Press. পৃষ্ঠা. 128. ISBN 978-0-8223-9233-0. https://books.google.com/books?id=6uQe_M8W1c4C&pg=PA128. 
  4. Ghosh, Pratik (14 March 2008). "Films: interview with Taran Adarsh" (en ভাষাত). Hindustan Times. https://www.hindustantimes.com/india/films-interview-with-taran-adarsh/story-uuhS84uJpUuDX5o7xdEwZM.html। আহৰণ কৰা হৈছে: 2008-03-14.