ডবকা
অৱয়ব
(দবকাৰ পৰা পুনঃনিৰ্দেশিত)
এই প্ৰবন্ধটো অসমৰ নগাঁও জিলাৰ চহৰখনৰ বিষয়ে। প্ৰাচীন ৰাজ্যখনৰ বাবে ডবকা ৰাজ্য চাওক।
ডবকা
Doboka, Dobaka | |
---|---|
নগৰ | |
দেশ | ভাৰত |
ৰাজ্য | অসম |
জিলা | নগাঁও জিলা |
উচ্চতা | ৬১ মিটাৰ (২০০ ফুট) |
জনসংখ্যা (2001)[1] | |
• মুঠ |
11,043 |
ডবকা (IPA: ˈdʌbəkə} (ইংৰাজী: Dabaka) অসমৰ নগাঁও জিলাত অৱস্থিত এখন ঠাই।
ইতিহাস
[সম্পাদনা কৰক]ভৌগোলিক বিৱৰণ
[সম্পাদনা কৰক]ভৌগোলিকভাৱে ডবকাৰ সাগৰ পৃষ্ঠৰ পৰা গড় উচ্চতা প্ৰায় ৬১ মিটাৰ। [2]
আন্তঃগাঁথনি
[সম্পাদনা কৰক]২০১১ চনৰ লোকপিয়ল অনুসৰি ডবকাৰ মুঠ জনসংখ্যা ১১,০৪৩ জন[1]। ইয়াৰে ৫২% পুৰুষ আৰু ৪৮% মহিলা। মুঠ জনসংখ্যাৰ ১৮% ছয় বছৰৰ অনুৰ্ধৰ। ডবকাৰ গড় সাক্ষৰতাৰ হাৰ ৫৮%। ইয়াৰ ভিতৰত পুৰুষ আৰু মহিলাৰ গড় সাক্ষৰতাৰ হাৰ পৃথককৈ ক্ৰমান্বয়ে ৬৪% আৰু ৫১%।
যাতায়ত ব্যৱস্থা
[সম্পাদনা কৰক]ডবকা ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে নগাঁও জিলাৰ অন্যান্য অংশ আৰু ডিমাপুৰৰ সৈতে সংযোজিত হৈ আছে।
শিক্ষা
[সম্পাদনা কৰক]ৰাজনীতি
[সম্পাদনা কৰক]উল্লেখযোগ্য ব্যক্তি
[সম্পাদনা কৰক]উল্লেখযোগ্য স্থান
[সম্পাদনা কৰক]- আকাশীগংগা জলপ্ৰপাত
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 "Census of India 2001: Data from the 2001 Census, including cities, villages and towns (Provisional)". Census Commission of India. Archived from the original on 2004-06-16. http://web.archive.org/web/20040616075334/http://www.censusindia.net/results/town.php?stad=A&state5=999। আহৰণ কৰা হৈছে: 2008-11-01.
- ↑ "Map and weather of Dabaka". http://www.fallingrain.com/world/IN/3/Nam_Dabaka.html.