দেৱদাস (১৯৫৫ চলচ্চিত্ৰ)
দেৱদাস | |
---|---|
পৰিচালক | বিমল ৰয় |
ৰচনা | চিত্ৰনাট্য: নবেন্দু ঘোষ সংলাপ: ৰজিন্দৰ সিং বেদী |
ভিত্তি | দেৱদাস লেখক: শৰৎচন্দ্ৰ চট্টোপাধ্যায় |
প্ৰযোজক | বিমল ৰয় |
অভিনয়ত | দিলীপ কুমাৰ বৈজয়ন্তীমালা সুচিত্ৰা সেন মতিলাল |
সূত্ৰধাৰ | বিমল ৰয় |
চিত্ৰগ্ৰহণকাৰী | কমল বসু |
সংগীত পৰিচালক | শচীন দেৱ বৰ্মন |
প্ৰযোজনা কোম্পানী |
বিমল ৰয় প্ৰডাকচন |
পৰিবেশক | বিমল ৰয় প্ৰডাকচন মোহন ফিল্মছ |
মুক্তি |
ডিচেম্বৰ ৩০, ১৯৫৫ |
দৈৰ্ঘ্য |
১৫৫ মিনিট |
দেশ | ভাৰত |
ভাষা | হিন্দী |
বাজেট | ₹৫ মিলিয়ন[1] |
সৰ্বমুঠ আয় | ₹১০ মিলিয়ন |
দেৱদাস (ইংৰাজী: Devdas) বিমল ৰয়ৰ দ্বাৰা পৰিচালিত এখন হিন্দী ভাষী ভাৰতীয় চলচ্চিত্ৰ। ১৯৫৫ চনত মুক্তিপ্ৰাপ্ত চলচ্চিত্ৰখন শৰৎচন্দ্ৰ চট্টোপাধ্যায়ৰ দেৱদাস নামৰ উপন্যাসখনৰ ওপৰত আধাৰিত।[2] চলচ্চিত্ৰখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে দিলীপ কুমাৰ, বৈজয়ন্তীমালা আৰু সুচিত্ৰা সেনে। ইয়াৰোপৰি সহকাৰী অভিনেতা-অভিনেত্ৰীসকলৰ ভিতৰত আছিল মতিলাল, নাজিৰ হুচেইন, মুৰাদ, প্ৰতিমা দেৱী, ইফটেখাৰ, শিৱৰাজ, প্ৰাণ আৰু জনি ৱাকাৰ। ২০০৫ চনত ইণ্ডিয়া টাইমছে যুগুত কৰা Top 25 Must See Bollywood Films তালিকাখনত দেৱদাসে শীৰ্ষৰ স্থান দখল কৰে।[3]
অভিনয় শিল্পী[সম্পাদনা কৰক]
- দিলীপ কুমাৰ (দেৱদাস মুখাৰ্জী)
- বৈজয়ন্তীমালা (চন্দ্ৰমুখী)
- সুচিত্ৰা সেন (পাৰ্বতী 'পাৰো' চক্ৰৱৰ্তী)
- মতিলাল (চুন্নি বাবু)
- নাজিৰ হুছেইন (ধৰমদাস)
- মুৰাদ (নাৰায়ণ মুখাৰ্জী, দেৱদাসৰ পিতৃ)
- প্ৰতিমা দেৱী (হৰিমতি, দেৱদাসৰ মাতৃ)
- শিৱৰাজ (নীলকণ্ঠ চক্ৰৱৰ্তী, পাৰ্বতীৰ পিতৃ)
- ইফটেখাৰ (দ্বিজদাস, দেৱদাসৰ ডাঙৰ ভায়েক)
- কানহাইয়ালাল (শিক্ষক)
- সৰিতা দেৱী (পাৰোৰ আইতাক)
- মণি চেটাৰ্জী (ভুৱন চৌধুৰী, পাৰ্বতীৰ গিৰিয়েক)
- নানা পালছিকাৰ (বাটৰুৱা গায়ক)
- দুলাড়ী (বাটৰুৱা গায়িকা)
- পাৰবীন পাল (দেৱদাসৰ বৌৱেক)
- প্ৰাণ (চন্দ্ৰমুখীৰ স্থায়ী গ্ৰাহক)
- জনি ৱাকাৰ (চন্দ্ৰমুখীৰ স্থায়ী গ্ৰাহক)
- অসীম কুমাৰ
- ৰাম কুমাৰ
- বিক্ৰম কাপুৰ
- অমন শৰ্মা
- বেদ
- কুমাৰী নাজ (বাল্যকালৰ পাৰ্বতী)
তথ্যসূত্ৰ[সম্পাদনা কৰক]
- ↑ "Best Director: Sanjay Leela Bhansali – Devdas". Filmfare. April 2003. http://filmfaremagazine.indiatimes.com/articleshow.cms?msid=41766124.
- ↑ "Devdas over the years …". YouthTimes.in. http://youthtimes.in/devdas-over-the-years/.
- ↑ Kanwar, Rachna (3 October 2005). "25 Must See Bollywood Movies". Indiatimes movies. http://movies.indiatimes.com/Special_Features/25_Must_See_Bollywood_Movies/articleshow/msid-1250837,curpg-23.cms.
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
- দেৱদাস সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।