সমললৈ যাওক

দ্য মিজোৰাম প'ষ্ট

অসমীয়া ৱিকিপিডিয়াৰ পৰা
দ্য মিজোৰাম প'ষ্ট
প্ৰকাৰ দৈনিক বাতৰিকাকত
ফৰমেট ডাঙৰ পৃষ্ঠা
প্ৰকাশক মিজো পাবলিকেচন প্ৰাইভেট লিমিটেডৰ হৈ চি ভি এল ৰোৱাটা
সম্পাদক নিলোৎপল চৌধুৰী
ভাষা ইংৰাজী
মুখ্য কাৰ্যালয় আইজল
ৱেবছাইট mizorampost.net/

দ্য মিজোৰাম প'ষ্ট হৈছে মিজোৰামৰ আইজলৰ পৰা প্ৰকাশিত এখন ইংৰাজী বাতৰি কাকত৷ দ্য মিজোৰাম প'ষ্ট মিজোৰামত সৰ্বাধিক প্ৰচলিত বাতৰি কাকত৷[1] মিজোৰামৰ আইজলৰ পৰা প্ৰকাশিত তথা শিলচৰত মুদ্ৰিত এই কাকত খনৰ সমগ্ৰ আইজলতে জনপ্ৰিয়তা আছে। এই কাকতখন ৫৮১৫৬খনকৈ প্ৰতিটো সংখ্যা প্ৰকাশিত হয়।[2]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]