নীলকণ্ঠ চৰাই

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নীলকণ্ঠী হেটুলুকা (Blue-throated Barbet)
কলিকতাত এটা নীলকণ্ঠী হেটুলুকা চৰাই
সংৰক্ষণ স্থিতি
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Animalia
পৰ্ব: Chordata
শ্ৰেণী: Aves
বৰ্গ: Piciformes
পৰিয়াল: Megalaimidae
গণ: Megalaima
প্ৰজাতি: M. asiatica
বৈজ্ঞানিক নাম
Megalaima asiatica
(Latham, 1790)
সমাৰ্থক

Cyanops davisoni

নীলকণ্ঠী হেটুলুকা (ইংৰাজী: Blue-throated Barbet, বৈজ্ঞানিক নাম: Megalaima asiatica) সমগ্ৰ ভাৰত উপমহাদেশ তথা সক্ষিণ-পূব এছিয়াত দেখা পোৱা এটা চৰাইৰ প্ৰজাতি৷

আলোকচিত্ৰৰ ভঁৰাল[সম্পাদনা কৰক]

তথ্যসূত্ৰ[সম্পাদনা কৰক]