নৰ্থইষ্টাৰ্ণ ৱাৰিৱৰ্ছ
অৱয়ব
ক্ৰীড়া | বেডমিণ্টন |
---|---|
স্থাপিত | ২০১৭ |
প্ৰথম চিজন | ২০১৭-১৮ |
লীগ | প্ৰিমিয়াৰ বেডমিণ্টন লীগ |
গৃহ | গুৱাহাটী, অসম |
গৃহভূমি | কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ ইনডৰ ষ্টেডিয়াম |
ৰং | সেউজীয়া |
গৰাকী | দা নৰ্থইষ্টাৰ্ণ ৱাৰিৱৰ্ছ প্ৰাইভেট লিমিটেড |
মুখ্য প্ৰশিক্ষক | এডৱিন ইৰিয়াৱান |
অধিনায়ক | ছাইনা নেহৱাল |
পিবিএল খিতাপ | নাই |
নৰ্থইষ্টাৰ্ণ ৱাৰিৱৰ্ছ (ইংৰাজী: Northeastern Warriors, অৰ্থ: 'উত্তৰ-পূৰ্বাঞ্চলৰ যোদ্ধা') প্ৰিমিয়াৰ বেডমিণ্টন লীগৰ এটা দল। দা নৰ্থইষ্টাৰ্ণ ৱাৰিৱৰ্ছ প্ৰাইভেট লিমিটেড নামৰ কোম্পানী এই দলৰ স্বত্বাধিকাৰী। এই দলৰ ঘৰুৱা খেলপথাৰ হৈছে কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ ইনড'ৰ ষ্টেডিয়াম। ২০১৭ চনত এই দল গঠন কৰা হয়। ২০১৭-১৮ ত পোনপ্ৰথম বাৰৰ বাবে এই দলে প্ৰিমিয়াৰ বেডমিণ্টন লীগৰ চতুৰ্থ সংস্কৰণত খেলে আৰু সপ্তম স্থান দখল কৰে। এই দলৰ অধিনায়ক বিখ্যাত ভাৰতীয় বেডমিণ্টন খেলুৱৈ তথা অলিম্পিক মডেল বিজয়ী ছাইনা নেহৱাল আৰু প্ৰশিক্ষক ইণ্ডোনেছিয়াৰ এডৱিন ইৰিয়াৱান।[1]
বৰ্তমান দল[2]
[সম্পাদনা কৰক]প্ৰশিক্ষক
[সম্পাদনা কৰক]ভাৰতীয় খেলুৱৈ
[সম্পাদনা কৰক]ছাইনা নেহৱাল (অধিনায়ক)
ধ্ৰুৱ কপিলা
কে. মনিশা
ঋতুপৰ্ণা দাস
চিৰিল বাৰ্মা
বিদেশী খেলুৱৈ
[সম্পাদনা কৰক]তথ্য উৎস
[সম্পাদনা কৰক]- ↑ "Premier Badminton League| Overview|". PBL India. Archived from the original on 2018-11-15. https://web.archive.org/web/20181115154550/http://www.pbl-india.com/teams/1074-north-eastern-warriors-teamprofile.
- ↑ "Premier Badminton League|Squad|". PBL India. Archived from the original on 2018-11-15. https://web.archive.org/web/20181115154701/http://www.pbl-india.com/teams/1074-north-eastern-warriors-teamprofile/squad.