পখীতীৰ্থ
অৱয়ব
পখীতীৰ্থ | |
---|---|
পখীতীৰ্থ, চামগুৰি বিল | |
ভূ-স্থানাংক | 26°26′N 92°52′E / 26.43°N 92.86°E |
স্থান | |
দেশ | ভাৰত |
ৰাজ্য/ অঞ্চল | অসম |
জিলা | নগাঁও |
পখীতীৰ্থ (ইংৰাজী: Pokhitirtho) বা চামগুৰি বিল হৈছে নগাঁও চহৰৰ পৰা প্ৰায় ষোল্ল কিলোমিটাৰ দূৰত্বত অৱস্থিত এখনি জলভূমি। বিভিন্ন সময়ত ইয়ালৈ পৰিভ্ৰমী পখীৰ আগমন ঘটে বাবে এই বিলখনক পখীতীৰ্থ বুলি কোৱা হয়। [1]
চমু বিৱৰণ
[সম্পাদনা কৰক]কলং নদীৰ পৰিত্যক্ত পথৰ দ্বাৰা চামগুৰি বিলখন সৃষ্টি কৰা হৈছিল৷[1]
২০১৪ চনৰ ২৯ জুনত এই বিলৰ ওপৰত নিৰ্মাণ কৰা ৰজ্জুপথটো মুকলি কৰা হৈছিল৷ বৰ্তমান এই সেৱা বন্ধ৷ [2]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 "Places of Tourist interest in Nagaon". Govt. of Assam, Nagaon District. Archived from the original on 13 August 2019. https://web.archive.org/web/20190813221228/https://nagaon.gov.in/portlets/tourism-in-nagaon। আহৰণ কৰা হৈছে: 27 October 2020.
- ↑ "Samaguri lake mini passenger ropeway opened". Assam tribune. June 30, 2014. Archived from the original on 31 October 2020. https://web.archive.org/web/20201031024555/http://www.assamtribune.com/scripts/detailsnew.asp?id=jun3014/state06। আহৰণ কৰা হৈছে: 27 October 2020.