পিঁয়াজ
অৱয়ব
(পিয়াঁজৰ পৰা পুনঃনিৰ্দেশিত)
| Onion | |
|---|---|
| বৈজ্ঞানিক শ্ৰেণীবিভাজন | |
| Unrecognized taxon (ঠিক কৰক): | Allium |
| প্ৰজাতি: | A. cepa |
| দ্বৈৰাশিক নামকৰণ | |
| Allium cepa L. | |
| সমাৰ্থক[1][2][3] | |
| |
পিঁয়াজ (ইংৰাজী: Onion ) বৈজ্ঞানিক নাম - Alliun cepa ৷ পিঁয়াজ ভোগ বৃদ্ধিকাৰ্যত,শক্তিবৰ্ধক আৰু বিভিন্ন ৰোগৰ প্ৰতিৰোধক হিচাপে কাম কৰে৷[4]
প্ৰকাৰ
[সম্পাদনা কৰক]পিঁয়াজ সাধাৰণতে তিনিটা ৰঙৰ পোৱা যায়৷ বগা,ৰঙচুৱা আৰু শেঁতা বৰণৰ৷ ৰঙচুৱা বৰণৰ পিঁয়াজ অতি বেছিকৈ হয় যদিও বগা ৰঙৰ পিঁয়াজৰ ঔষধি গুণ বেছি৷[4]
ৰাসায়নিক গুণ
[সম্পাদনা কৰক]| খাদ্যপ্ৰাণ | পৰিমাণ |
|---|---|
| প্ৰ'টিন | ১.২ -১.৪ গ্ৰাম |
| ফেট | ০.১ গ্ৰাম |
| মিনাৰেল | ০,৪ - ০.৭ গ্ৰাম |
| পানী | ৪৮ গ্ৰাম |
| আইৰণ | ০৪৮ -১.২ মিলিগ্ৰাম |
| কেলচিয়াম | ০০৪ - ০.১৮ গ্ৰাম |
| কাৰ্বহাইড্ৰেট | ১১.৬ - ১৩.২ গ্ৰাম |
| ভিটামিন 'বি' | ৪০ মাইক্ৰন |
| ভিটামিন 'চি' | ১১.০০ মিলিগ্ৰাম |
ঔষধি গুণ
[সম্পাদনা কৰক]- এজমা ৰোগত - পিঁয়াজৰ ৰস হালধিৰ লগত নিমখ আৰু জালুকৰ সৈতে নতুবা পিঁয়াজৰ লগত মৌ ৰস মিহলাই খালে ডিঙিৰ টনছিলাইটিছ আৰু বুকুৰ শ্বাস প্ৰশ্বাসজনিত ৰোগৰ বাবে উত্তম ফলদায়ক৷
ঘৰুৱাভাৱে ব্যৱহাৰ
[সম্পাদনা কৰক]- জ্বলি থকা বাল্ব ওচৰত পিঁয়াজৰ টুকুৰা কাটি ওলোমাই ৰাখিলে ম'হ -মাখি আদিয়ে প্ৰবেশ নকৰে৷
- নতুনকৈ ৰং দিয়া কোঠাত পিঁয়াজৰ টুকুৰা কাটি থলে ৰঙৰ অকটা গোন্ধ নোহোৱা হয়৷


তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "The Plant List, Allium cepa". Archived from the original on 2013-03-11. https://web.archive.org/web/20130311233520/http://www.theplantlist.org/tpl/record/kew-295261। আহৰণ কৰা হৈছে: 2014-02-24.
- ↑ "Allium cepa: Garden onion". The PLANTS Database. USDA: NRCS. 2013. http://plants.usda.gov/java/profile?symbol=alce। আহৰণ কৰা হৈছে: 2013-03-31.
- ↑ "Allium cepa L.". ITIS. 2013-03-08. http://www.itis.gov/servlet/SingleRpt/SingleRpt?search_topic=TSN&search_value=42720। আহৰণ কৰা হৈছে: 2013-04-01.
- ↑ 4.0 4.1 4.2 ভবেন হাজৰিকা (২৩ ফেব্ৰুৱাৰী ২০১৪). "পিঁয়াজ". দৈনিক জনমভূমিৰ দেওবৰীয়া আলোচনী ( বসুন্ধৰা ): পৃষ্ঠা ৫.