পুলৱামাৰ সন্ত্ৰাসবাদী আক্ৰমণ, ২০১৯
অৱয়ব
পুলৱামাৰ সন্ত্ৰাসবাদী আক্ৰমণ ২০১৯ | |
---|---|
জম্মু আৰু কাশ্মীৰৰ বিদ্ৰোহৰ অংশ | |
স্থান | লেথিপুৰ, অৱন্তিপুৰ, পুলৱামা, ভাৰত |
স্থানাংক | 33°57′53″N 74°57′52″E / 33.964678°N 74.964519°Eস্থানাংক: 33°57′53″N 74°57′52″E / 33.964678°N 74.964519°E |
তাৰিখ | ১৪ ফেব্ৰুৱাৰী ২০১৯ |
লক্ষ্য | সুৰক্ষা কৰ্মী |
নিহত | ৪০ জন সুৰক্ষাকৰ্মী আৰু এজন আক্ৰমণকাৰী |
আহত | ৩৫ |
আক্ৰমণকাৰী | জেশ-এ-মোহম্মদ |
১৪ ফেব্ৰুৱাৰী ২০১৯ত, জম্মু শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাই পথত ভাৰতীয় সুৰক্ষা কৰ্মীক কঢ়িয়াই নিয়া বাহনৰ ওপৰত হোৱা এই সন্ত্ৰাসবাদী আক্ৰমণত ৪০ জন ভাৰতীয় কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ কৰ্মী নিহত হয়।[1] জম্মু কাশ্মীৰৰ পুলৱামা জিলাৰ অৱন্তিপুৰৰ লেথপুৰ অঞ্চলত এই আক্ৰমণ সংঘটিত হয়, এই আত্মঘাটী আক্ৰমণত কেন্দ্ৰীয় ৰিজাৰ্ভ পুলিচ বলৰ কৰ্মী নিহত হয়।[2] পাকিস্তানৰ ইছলামী সন্ত্ৰাসবাদী সংগঠন জেশ-এ-মোহম্মদে আক্ৰমণ কৰাৰ কথা স্বীকাৰ কৰিছে।[3]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "Jaish terrorists attack CRPF convoy in Kashmir, kill at least 37 personnel". The Times of India. 2019-02-15. https://timesofindia.indiatimes.com/india/37-crpf-jawans-martyred-in-ied-blast-in-jks-pulwama/articleshow/67992189.cms। আহৰণ কৰা হৈছে: 2019-02-15.
- ↑ "कश्मीर में अब तक का सबसे बड़ा हमला, आत्मघाती धमाके में 44 जवान शहीद" (hi ভাষাত). আজ তক. https://aajtak.intoday.in/news/liveblog/pulwama-terror-attack-jammu-kashmir-live-updates-jaish-e-mohammad-modi-government-157.html। আহৰণ কৰা হৈছে: ১৫ ফেব্ৰুৱাৰী ২০১৯.
- ↑ "जम्मू कश्मीर के पुलवामा में बड़ा आतंकी हमला, CRPF के 40 जवान शहीद, आतंकी संगठन जैश-ए-मोहम्मद ने ली जिम्मेदारी". এনডিটিভি. Archived from the original on 2019-02-15. https://web.archive.org/web/20190215063109/https://khabar.ndtv.com/news/jammu-kashmir/ied-blast-followed-by-gunshots-in-goripora-area-of-awantipora-jammu-kashmir-1993573। আহৰণ কৰা হৈছে: ১৫ ফেব্ৰুৱাৰী ২০১৯.