প্ৰদান বৰুৱা
অৱয়ব
প্ৰদান বৰুৱা | |
|---|---|
| লোকসভাৰ সদস্য | |
পদাধিকাৰ | |
| কাৰ্যভাৰ গ্ৰহণ ২২ নৱেম্বৰ ২০১৬ | |
| পূৰ্বসূৰী | সৰ্বানন্দ সোণোৱাল |
| সমষ্টি | লখিমপুৰ |
| বিধানসভাৰ সদস্য ধেমাজি | |
| কাৰ্যকাল ১৯ মে’ ২০১৬ – ২২ নৱেম্বৰ ২০১৬ | |
| পূৰ্বসূৰী | সুমিত্ৰা পাতিৰ |
| উত্তৰসূৰী | ডাঃ ৰনোজ পেগু |
| ব্যক্তিগত তথ্য | |
| জন্ম | ৩০ এপ্ৰিল, ১৯৬৫ (৬০ বছৰ) চিলাপথাৰ, ধেমাজি, অসম |
| ৰাজনৈতিক দল | ভাৰতীয় জনতা পাৰ্টি |
| দাম্পত্যসঙ্গী | অৰুণিমা বৰুৱা |
| সন্তান | ২ |
| বাসস্থান | ধেমাজি |
| পেচা | সমাজকৰ্মী ৰাজনীতিবিদ |
| ১২ ডিচেম্বৰ, ২০১৬-ৰ তথ্য | |
প্ৰদান বৰুৱা অসমৰ পৰা নিৰ্বাচিত লোকসভাৰ সদস্য। ২০১৬ চনৰ নৱেম্বৰত হোৱা লোকসভা নিৰ্বাচনত লখিমপুৰ সংসদীয় সমষ্টিৰ পৰা তেওঁ নিৰ্বাচিত হৈছিল।[1]
ইয়াৰ পূৰ্বে তেওঁ ধেমাজি জিলাৰ ধেমাজি বিধানসভা সমষ্টি (নং ১১৩)ৰ পৰা অসম বিধানসভাৰ সদস্য আছিল৷ভাৰতীয় জনতা পাৰ্টিৰ সদস্য হোৱাৰ পূৰ্বে বৰুৱা ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য আছিল।
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "PRADAN BARUAH : Bio, Political life, Family & Top stories". The Times of India. https://timesofindia.indiatimes.com/elections/candidates/pradan-baruah। আহৰণ কৰা হৈছে: 2023-07-02.