ফৰ্বছ আলোচনী অনুসৰি বিলিয়নাৰসকলৰ তালিকা
অৱয়ব
ফৰ্বছৰ বিলিয়নাৰসকলৰ তালিকাখন (ইংৰাজী: Forbes list of billionaires) বাৰ্ষিক ধন সম্পত্তিৰ ওপৰত ভিত্তি কৰি ফৰ্বছ (ইংৰাজী: Forbes) আলোচনীখনে প্ৰকাশ কৰে। সৰ্বশেষ তলিকাখন প্ৰকাশিত হৈছিল বিগত ২০১১ চনৰ ১০ মাৰ্চত[1]।
- ফৰ্বছ আলোচনী অনুসৰি বৰ্তমান বিশ্বৰ সবাতোকৈ ধনী ৫ জন ব্যক্তি
প্ৰতীক | বিৱৰণ |
---|---|
![]() |
২০১০ চনৰ প্ৰাপ্ত তালিকাৰ পৰা অৱস্থান বা সম্পদৰ পৰিবৰ্তন হোৱা নাই। |
![]() |
২০১০ চনৰ তুলনাত অৱস্থান বা সম্পদ বাঢিছে। |
![]() |
২০১০ চনৰ তুলনাত সম্পদ বা অৱস্থান হ্ৰাস পাইছে। |
২০১২ বৰ্ষৰ শ্ৰেষ্ঠতম ১০ জন
[সম্পাদনা কৰক]ক্ৰমিক নং | নাম | মুঠ আয় (USD) | বয়স | নাগৰিকত্ব | সম্পদৰ উৎস |
---|---|---|---|---|---|
![]() |
1 কাৰ্লছ শ্লীম | $৬৯.০ বিলিয়ন ![]() |
৭২ | ![]() |
Telmex, América Móvil, Grupo Carso |
![]() |
2 বিল গেটছ | $৬১.০ বিলিয়ন ![]() |
৫৬ | ![]() |
Microsoft |
![]() |
3 ৱাৰেন বাফলেট | $৪৪.০ বিলিয়ন ![]() |
৮১ | ![]() |
Berkshire Hathaway |
![]() |
4 বাৰ্নাৰ্ড আৰ্নাউল্ট | $৪১.০ বিলিয়ন ![]() |
৬৩ | ![]() |
LVMH Moët Hennessy • Louis Vuitton |
![]() |
5 অৰ্টেগা আমাণিক’ | $৩৭.৫ বিলিয়ন ![]() |
৭৫ | ![]() |
Inditex Group |
![]() |
6 লৰেন্স এল্লিছন | $৩৬.০ বিলিয়ন ![]() |
৬৭ | ![]() |
Oracle Corporation |
![]() |
7 এইক বটিষ্টা | $৩০.০ বিলিয়ন ![]() |
৫৫ | ![]() |
EBX Group |
![]() |
8 ষ্টিফেন পাৰচ্চন | $২৬.০ বিলিয়ন ![]() |
৬৪ | ![]() |
H&M |
![]() |
9 লি কা-সিং | $২৫.৫ বিলিয়ন ![]() |
৮৩ | ![]() |
Cheung Kong Holdings |
![]() |
10 কাৰ্ল আলব্ৰেটছ | $২৫.৪ বিলিয়ন ![]() |
৯২ | ![]() |
Aldi |
২০১১ বৰ্ষৰ শ্ৰেষ্ঠতম ১০ জন
[সম্পাদনা কৰক]তলৰ তালিকাখন ১০ মাৰ্চ, ২০১১ তাৰিখ পৰ্যন্ত সম্পদ আৰু অৱস্থানৰ ভিত্তিত নিৰুপন কৰা হৈছে। এই বছৰ এই তালিকাত মুঠ ১,২১০ জনৰ নাম লিপিবদ্ধ কৰা হৈছে।[2]
ক্ৰমিক নং | নাম | সম্পদৰ পৰিমাণ | বয়স | জন্ম | নাগৰিকত্ব | বাসস্থান | সম্পদৰ উৎস |
---|---|---|---|---|---|---|---|
![]() |
1 কাৰ্লছ শ্লীম | $৭৪.০ বিলিয়ন ![]() |
৭২ | ![]() |
![]() |
![]() |
টেলমেক্স, আমেৰিকা মবিল, গ্ৰুপো কাৰ্চো |
![]() |
2 বিল গেটচ | $৫৬.০ বিলিয়ন ![]() |
৫৬ | ![]() |
![]() |
![]() |
মাইক্ৰ’ছফ্ট |
![]() |
3 ৱাৰেন বাফেট | $৫০.০ বিলিয়ন ![]() |
৮১ | ![]() |
![]() |
![]() |
বাৰ্কচায়াৰ হাথাৱে |
![]() |
4 বাৰ্নাৰ্ড আৰ্নল্ট | $৪১.০ বিলিয়ন ![]() |
৬২ | ![]() |
![]() |
![]() |
এলভিএমএইচ |
![]() |
5 লৰেন্স এলিচন | $৩৯.৫ বিলিয়ন ![]() |
৬৬ | ![]() |
![]() |
![]() |
অৰেকল কৰ্প’ৰেশ্যন |
![]() |
6 লক্ষ্মী মিত্তাল | $৩১.১ বিলিয়ন ![]() |
৬০ | ![]() |
![]() |
![]() |
আৰচেলোৰ মিত্তাল |
![]() |
7 আমাকিঅ’ ৱেৰ্তেগা | $৩১.০ বিলিয়ন ![]() |
৭৪ | ![]() |
![]() |
![]() |
ইণ্ডিটেক্স গ্ৰুপ |
![]() |
8 এইকে বাতিষ্টা | $৩০.০ বিলিয়ন ![]() |
৫৩ | ![]() |
![]() |
![]() |
ইবিএক্স গ্ৰুপ |
![]() |
9 মুকেশ আম্বানি | $২৯.০ বিলিয়ন ![]() |
৫৩ | ![]() |
![]() |
![]() |
ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ |
![]() |
10 ক্ৰিষ্টি ওয়াল্টন | $২২.৫ বিলিয়ন ![]() |
৫৫ | ![]() |
![]() |
![]() |
ৱালমাৰ্ট |
২০১১ বৰ্ষৰ শ্ৰেষ্ঠতম বিলয়নাৰসকল
[সম্পাদনা কৰক]১২ ফেব্ৰুৱাৰী, ২০১০ তাৰিখে প্ৰকাশিত তালিকাত কাৰ্লছ শ্লীম আৰু তেখেতৰ পৰিয়ালে ৬০.৬ বিলিয়ন আমেৰিকান ডলাৰৰ সৈতে শীৰ্ষস্থান দখল কৰে। এই বছৰ এই তালিকাত মুঠ ১,০১১ জনৰ নাম লিপিবদ্ধ কৰা হৈছিল।[3] বৰ্তমান শীৰ্ষ ১০ বিলিয়নাৰৰ মাজত আমেৰিকা যুক্তৰাষ্ট্ৰৰ আধিপত্য থাকিলেও, শীঘ্ৰেই ভাৰতে এই অৱস্থানকো অতিক্ৰম কৰি যাব পাৰে বুলি ফৰ্বছ আলোচনীয়ে মত পোষণ কৰে[4]।
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ Forbes. http://www.forbes.com/wealth/billionaires#p_1_s_arank_-1__-1.
- ↑ Quinn, James (2010-03-11). "Forbes rich list: the billionaires you've never heard of – Telegraph Blogs". প্ৰকাশক London: Blogs.telegraph.co.uk. Archived from the original on 2016-03-05. https://web.archive.org/web/20160305014528/http://blogs.telegraph.co.uk/finance/jamesrquinn/100004290/forbes-rich-list-the-billionaires-youve-never-heard-of/। আহৰণ কৰা হৈছে: 2010-09-07.
- ↑ http://blogs.telegraph.co.uk/finance/jamesrquinn/100004290/forbes-rich-list-the-billionaires-youve-never-heard-of/
- ↑ http://www.forbes.com/2007/12/08/wealth-2008-predictions-sneakpeek_snkpk08_11_luisakroll_wealth.html
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- Forbes: Billionaires in the News Archived 2010-07-22 at the Wayback Machine