সমললৈ যাওক

ফৰ্বছ আলোচনী অনুসৰি বিলিয়নাৰসকলৰ তালিকা

অসমীয়া ৱিকিপিডিয়াৰ পৰা

ফৰ্বছৰ বিলিয়নাৰসকলৰ তালিকাখন (ইংৰাজী: Forbes list of billionaires) বাৰ্ষিক ধন সম্পত্তিৰ ওপৰত ভিত্তি কৰি ফৰ্বছ (ইংৰাজী: Forbes) আলোচনীখনে প্ৰকাশ কৰে। সৰ্বশেষ তলিকাখন প্ৰকাশিত হৈছিল বিগত ২০১১ চনৰ ১০ মাৰ্চত[1]

প্ৰতীক বিৱৰণ
steady ২০১০ চনৰ প্ৰাপ্ত তালিকাৰ পৰা অৱস্থান বা সম্পদৰ পৰিবৰ্তন হোৱা নাই।
বৃদ্ধি ২০১০ চনৰ তুলনাত অৱস্থান বা সম্পদ বাঢিছে।
decrease ২০১০ চনৰ তুলনাত সম্পদ বা অৱস্থান হ্ৰাস পাইছে।

২০১২ বৰ্ষৰ শ্ৰেষ্ঠতম ১০ জন

[সম্পাদনা কৰক]
ক্ৰমিক নং নাম মুঠ আয় (USD) বয়স নাগৰিকত্ব সম্পদৰ উৎস
&0000000000000001.0000001 steady কাৰ্লছ শ্লীম $৬৯.০ বিলিয়ন decrease ৭২  মেক্সিকো Telmex, América Móvil, Grupo Carso
&0000000000000002.0000002 steady বিল গেটছ $৬১.০ বিলিয়ন বৃদ্ধি ৫৬  আমেৰিকা যুক্তৰাষ্ট্ৰ Microsoft
&0000000000000003.0000003 steady ৱাৰেন বাফলেট $৪৪.০ বিলিয়ন decrease ৮১  আমেৰিকা যুক্তৰাষ্ট্ৰ Berkshire Hathaway
&0000000000000004.0000004 steady বাৰ্নাৰ্ড আৰ্নাউল্ট $৪১.০ বিলিয়ন বৃদ্ধি ৬৩  ফ্ৰান্স LVMH Moët Hennessy • Louis Vuitton
&0000000000000005.0000005 বৃদ্ধি অৰ্টেগা আমাণিক’ $৩৭.৫ বিলিয়ন বৃদ্ধি ৭৫  স্পেইন Inditex Group
&0000000000000006.0000006 decrease এল্লিছন, লৰেন্সলৰেন্স এল্লিছন $৩৬.০ বিলিয়ন বৃদ্ধি ৬৭  আমেৰিকা যুক্তৰাষ্ট্ৰ Oracle Corporation
&0000000000000007.0000007 বৃদ্ধি বটিষ্টা, এইকএইক বটিষ্টা $৩০.০ বিলিয়ন বৃদ্ধি ৫৫  ব্ৰাজিল EBX Group
&0000000000000008.0000008 বৃদ্ধি ষ্টিফেন পাৰচ্চন $২৬.০ বিলিয়ন বৃদ্ধি ৬৪  ছুইডেন H&M
&0000000000000009.0000009 বৃদ্ধি কা-সিং, লিলি কা-সিং $২৫.৫ বিলিয়ন বৃদ্ধি ৮৩  হংকং Cheung Kong Holdings
&0000000000000010.00000010 বৃদ্ধি আলব্ৰেটছ, কাৰ্লকাৰ্ল আলব্ৰেটছ $২৫.৪ বিলিয়ন বৃদ্ধি ৯২  জাৰ্মানী Aldi

২০১১ বৰ্ষৰ শ্ৰেষ্ঠতম ১০ জন

[সম্পাদনা কৰক]

তলৰ তালিকাখন ১০ মাৰ্চ, ২০১১ তাৰিখ পৰ্যন্ত সম্পদ আৰু অৱস্থানৰ ভিত্তিত নিৰুপন কৰা হৈছে। এই বছৰ এই তালিকাত মুঠ ১,২১০ জনৰ নাম লিপিবদ্ধ কৰা হৈছে।[2]

ক্ৰমিক নং নাম সম্পদৰ পৰিমাণ বয়স জন্ম নাগৰিকত্ব বাসস্থান সম্পদৰ উৎস
&0000000000000001.0000001 steady কাৰ্লছ শ্লীম $৭৪.০ বিলিয়ন বৃদ্ধি ৭২  মেক্সিকো  মেক্সিকো  মেক্সিকো টেলমেক্স, আমেৰিকা মবিল, গ্ৰুপো কাৰ্চো
&0000000000000002.0000002 steady বিল গেটচ $৫৬.০ বিলিয়ন বৃদ্ধি ৫৬  আমেৰিকা যুক্তৰাষ্ট্ৰ  আমেৰিকা যুক্তৰাষ্ট্ৰ  আমেৰিকা যুক্তৰাষ্ট্ৰ মাইক্ৰ’ছফ্ট
&0000000000000003.0000003 steady ৱাৰেন বাফেট $৫০.০ বিলিয়ন বৃদ্ধি ৮১  আমেৰিকা যুক্তৰাষ্ট্ৰ  আমেৰিকা যুক্তৰাষ্ট্ৰ  আমেৰিকা যুক্তৰাষ্ট্ৰ বাৰ্কচায়াৰ হাথাৱে
&0000000000000004.0000004 বৃদ্ধি বাৰ্নাৰ্ড আৰ্নল্ট $৪১.০ বিলিয়ন বৃদ্ধি ৬২  ফ্ৰান্স  ফ্ৰান্স  ফ্ৰান্স এলভিএমএইচ
&0000000000000005.0000005 বৃদ্ধি লৰেন্স এলিচন $৩৯.৫ বিলিয়ন বৃদ্ধি ৬৬  আমেৰিকা যুক্তৰাষ্ট্ৰ  আমেৰিকা যুক্তৰাষ্ট্ৰ  আমেৰিকা যুক্তৰাষ্ট্ৰ অৰেকল কৰ্প’ৰেশ্যন
&0000000000000006.0000006 decrease লক্ষ্মী মিত্তাল $৩১.১ বিলিয়ন বৃদ্ধি ৬০  ভাৰত  ভাৰত  যুক্তৰাজ্য আৰচেলোৰ মিত্তাল
&0000000000000007.0000007 বৃদ্ধি আমাকিঅ’ ৱেৰ্তেগা $৩১.০ বিলিয়ন বৃদ্ধি ৭৪  স্পেইন  স্পেইন  স্পেইন ইণ্ডিটেক্স গ্ৰুপ
&0000000000000008.0000008 steady এইকে বাতিষ্টা $৩০.০ বিলিয়ন বৃদ্ধি ৫৩  ব্ৰাজিল  ব্ৰাজিল  ব্ৰাজিল ইবিএক্স গ্ৰুপ
&0000000000000009.0000009 decrease মুকেশ আম্বানি $২৯.০ বিলিয়ন বৃদ্ধি ৫৩  য়েমেন  ভাৰত  ভাৰত ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ
&0000000000000010.00000010 বৃদ্ধি ক্ৰিষ্টি ওয়াল্টন $২২.৫ বিলিয়ন বৃদ্ধি ৫৫  আমেৰিকা যুক্তৰাষ্ট্ৰ  আমেৰিকা যুক্তৰাষ্ট্ৰ  আমেৰিকা যুক্তৰাষ্ট্ৰ ৱালমাৰ্ট

২০১১ বৰ্ষৰ শ্ৰেষ্ঠতম বিলয়নাৰসকল

[সম্পাদনা কৰক]

১২ ফেব্ৰুৱাৰী, ২০১০ তাৰিখে প্ৰকাশিত তালিকাত কাৰ্লছ শ্লীম আৰু তেখেতৰ পৰিয়ালে ৬০.৬ বিলিয়ন আমেৰিকান ডলাৰৰ সৈতে শীৰ্ষস্থান দখল কৰে। এই বছৰ এই তালিকাত মুঠ ১,০১১ জনৰ নাম লিপিবদ্ধ কৰা হৈছিল।[3] বৰ্তমান শীৰ্ষ ১০ বিলিয়নাৰৰ মাজত আমেৰিকা যুক্তৰাষ্ট্ৰৰ আধিপত্য থাকিলেও, শীঘ্ৰেই ভাৰতে এই অৱস্থানকো অতিক্ৰম কৰি যাব পাৰে বুলি ফৰ্বছ আলোচনীয়ে মত পোষণ কৰে[4]


তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]