বংগোপসাগৰীয় বহুক্ষেত্ৰীয় প্ৰযুক্তিগত আৰু অৰ্থনৈতিক সহযোগিতা উদ্যোগ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বংগোপসাগৰীয় বহুক্ষেত্ৰীয় প্ৰযুক্তিগত আৰু অৰ্থনৈতিক সহযোগিতা উদ্যোগ (বিমষ্টেক)
আন ভাষাত নাম
  • বাংলা: বঙ্গোপসাগৰীয বহুক্ষেত্ৰীয় প্ৰযুক্তিগত ও অৰ্থনৈতিক সহযোগিতা উদ্যোগ (বিম্‌সটেক্)
    মান: ဘင်္ဂလားပင်လယ်အော် စီးပွားရေးနှင့် နည်းပညာဆိုင်ရာ ဘက်စုံ ပူးပေါင်း ဆောင်ရွက်ရေး အဖွဲ့အစည်း (ဘင်းမ်စတက်)
    হিন্দী: बहुक्षेत्रीय तकनीकी और आर्थिक सहयोग के लिए बंगाल की खाड़ी पहल (बिम्सटेक)
    নেপালী: बहुक्षेत्रीय प्राविधिक तथा आर्थिक सहयोगका लागि बङ्गालको खाडीको प्रयास (बिम्स्टेक)
    সিংহলী: බහු සංස්කෘතික සහ තාක්ෂණික සහයෝගීතාව සඳහා බෙංගාල බොක්ක(බිම්ස්ටෙක්)
    থাই: ความริเริ่มแห่งอ่าวเบงกอลสำหรับความร่วมมือหลากหลายสาขาทางวิชาการและเศรษฐกิจ (บิมสเทค)
বংগোপসাগৰীয় বহুক্ষেত্ৰীয় প্ৰযুক্তিগত আৰু অৰ্থনৈতিক সহযোগিতা উদ্যোগ (বিমষ্টেক)-ৰ অৱস্থান
বংগোপসাগৰীয় বহুক্ষেত্ৰীয় প্ৰযুক্তিগত আৰু অৰ্থনৈতিক সহযোগিতা উদ্যোগ (বিমষ্টেক)-ৰ অৱস্থান
সচিবালয়ঢাকা, বাংলাদেশ[1]
সদস্যপদ
ৰাষ্ট্ৰনেতা (বৃন্দ)
 -  সভাপতি  শ্ৰীলংকা (২০১৮ চনৰ ছেপ্টেম্বৰ মাহৰ পৰা)[2]
প্ৰতিষ্ঠাকাল৬ জুন ১৯৯৭; ২৬ বছৰ আগত (1997-06-06)
ৱেবচাইট
bimstec.org

বংগোপসাগৰীয় বহুক্ষেত্ৰীয় প্ৰযুক্তিগত আৰু অৰ্থনৈতিক সহযোগিতা উদ্যোগ চমুকৈ বিমষ্টেক দক্ষিণ-পূব এছিয়াৰ বংগোপসাগৰৰ আশে-পাশে থকা দেশ কেইখনমান আন্তৰাষ্ট্ৰীয় সংগঠন। এই সংগঠনৰ সদস্য ৰাষ্ট্ৰসমূহৰ মুঠ জনসংখ্যা ১.৫ বিলিয়ন আৰু মুঠ ঘৰুৱা আয় ৩.৫ ট্ৰিলিয়ন আমেৰিকান ডলাৰ।[3][4] বিমষ্টেকৰ সদস্য ৰাষ্ট্ৰসমূহ হ'ল— বাংলাদেশ, ভাৰত, ম্যানমাৰ, শ্ৰীলংকা, থাইলেণ্ড, নেপাল আৰু ভূটান[5] গোটেই কেইখন ৰাষ্ট্ৰ বংগোপসাগৰৰ ওপৰত নিৰ্ভৰশীল ৰাষ্ট্ৰ।

বিমষ্টেকত ১৪টা মুখ্য বিষয় চিনাক্ত কৰা হৈছে আৰু সদস্য ৰাষ্ট্ৰসমূত এইবিষয়ে বিভিন্ন কেন্দ্ৰ প্ৰতিষ্ঠা কৰা হৈছে।[3][6]বিমষ্টেকৰ সদস্য সমূহৰ মাজত মুক্ত অৰ্থনীতিৰ চুক্তি বুজাপৰা চলি আছে।

ইয়াৰ নেতৃত্বৰ বাবে সদস্য ৰাষ্ট্ৰসমূহৰ পৰা বৰ্ণানুক্ৰমিক ৰীতিত চয়ন কৰা হয়। ইয়াৰ সচিবালয় বাংলাদেশৰ ঢাকাত অৱস্থিত।

তথ্য উৎস[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]