বাৰ্তা:অবুজ বেদনা (চলচ্চিত্ৰ)

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

চলচ্চিত্ৰৰ শিৰোনাম[সম্পাদনা কৰক]

চলচ্চিত্ৰ বিষয়ক প্ৰবন্ধৰ শিৰোনাম দিওঁতে সকলো সময়তে বন্ধনীৰ ভিতৰত চলচ্চিত্ৰ শব্দটো উল্লেখ নকৰিলেও হয়। যদিহে চলচ্চিত্ৰৰ নামেৰে সৈতে মিলা অন্য প্ৰবন্ধ ৱিকিত থাকে, তেন্তে সেইবোৰ প্ৰবন্ধৰ ক্ষেত্ৰতহে চলচ্চিত্ৰ বুলি উল্লেখ কৰি দিব লাগে। যেনে- মণিৰাম দেৱান, লাচিত বৰফুকন, ভক্ত প্ৰহ্লাদ, প্ৰতিমা, সেন্দূৰ (সেন্দূৰ) আদি। আনহাতে হাউণ্ড অৱ বাস্কাৰভিল, দেৱদাস, ছিৰাজ আদি যিবোৰ ছবিৰ একাধিক ভাৰ্চন আছে, সেই ছবি সম্পৰ্কীয় প্ৰবন্ধৰ শিৰোনামত চলচ্চিত্ৰ শব্দটোৰ সৈতে মুক্তিৰ চনটোৱো উল্লেখ কৰা উচিত। উদাহৰণ- ছিৰাজ (১৯৪৮ চলচ্চিত্ৰ)। এই নীতি ইংৰাজী ৱিকিয়ে অনুসৰণ কৰে।

অবুজ বেদনা নামেৰে অন্য প্ৰবন্ধ যিহেতু ৱিকিত নাই, সেয়েহে ইয়াৰ সৈতে চলচ্চিত্ৰ শব্দটো যুঁটি নিদিলেও হয়। বাবুল বৈশ্য (talk) 15:53, 30 December 2020 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

@Babulbaishya: কিতাপ আদিৰ নাম থাকিব পাৰে বুলি সেয়া ময়েই যুঁ‌টি দিছিলোঁ। অন্য একো নাই যদি স্থানান্তৰ কৰি দিয়কচোন। --Chandan Chiring Phukon Chat 16:32, 30 December 2020 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
'অবুজ বেদনা' শীৰ্ষক এখন কিতাপ আছে। অৱশ্যে কিতাপ খনৰ ওপৰত ৱিকিত কোনো প্ৰবন্ধ নাই, Nayan j Nath (talk) 16:36, 30 December 2020 (ইউ.টি.চি.)[উত্তৰ দিয়ক]