বাৰ্তা:অসমৰ ইতিহাস

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

প্ৰবন্ধটো মূলতঃ ইংৰাজী ৱিকিপিডিয়াৰ পৰা অনুবাদ কৰা হৈছে। মূল প্ৰবন্ধটোৰ গুণগত মান বৰ ভাল নহয়, উদ্ধৃতি প্ৰায় নায়েই। ৰাইজে ঠিক-ঠাক কৰিব পাৰে। অসম বুৰঞ্জীৰ কেইবাটাও প্ৰবন্ধ আৰু লিখিবলৈ বাকী আছে। সেইবোৰ শেষ কৰাৰ পিছতহে "অসম" আৰু এইটো প্ৰবন্ধৰ আকাৰ ঠিক হ'ব। — গীতাৰ্থ বৰদলৈ (talk)

শিৰোনামা[সম্পাদনা কৰক]

"বুৰঞ্জীৰ লগত খেলিমেলি আঁতৰাবলৈ প্ৰবন্ধটোৰ শিৰোনামা "অসমৰ ইতিহাস" কৰাৰ বাবে প্ৰস্তাৱ দিলোঁ। — গীতাৰ্থ বৰদলৈ (talk) 17:07, 10 March 2016 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

একমত। - দিব্য দত্ত (বাৰ্তা) 20:54, 11 March 2016 (ইউ.টি.চি.)[উত্তৰ দিয়ক]