বাৰ্তা:অসমৰ কেইগৰাকীমান মহান ব্যক্তি
অৱয়ব
প্ৰবন্ধৰ শিৰোনামা
[সম্পাদনা কৰক]এই প্ৰবন্ধটোৰ শিৰোনামা ৱিকিৰ উপযুক্ত হৈছে জানো? 'মহান ব্যক্তি'ৰ ধাৰণাটো নিৰপেক্ষ নহয়। লগতে ৱিকিত আছুতীয়াকৈ এই প্ৰবন্ধটোৰ প্ৰয়োজন আছেনে? -Joli Rumi (বাৰ্তা) 12:51, 13 December 2024 (ইউ.টি.চি.)
- এইখন পৃষ্ঠা Delete কৰা উচিত। - অজয় কথা-বতৰা 18:03, 13 December 2024 (ইউ.টি.চি.)