বাৰ্তা:অসমৰ মাছ

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

মিছামাছ ইয়াত অন্তৰ্ভুক্ত কৰিব লাগেনে? — গীতাৰ্থ বৰদলৈ (talk)

মিছা মাছৰ বিষয়ে এটা টোকা দিয়া হ'ল । এতিয়া ঠিকে আছেনে? মিছামাছৰ অন্তৰ্ভুক্তিটো ইয়াত যদি সঠিক হোৱা নাই তেন্তে আঁতৰাই দিব পাৰি । মৌচুমী (talk) 14:54, 23 এপ্ৰিল 2012 (UTC)

মাছ বুলি জীৱবিজ্ঞানত যিহেতু নিৰ্দিষ্ট ভাগ (পৰ্ব, বৰ্গ, গণ, আদি) নাই বাবে মিছা মাছত অন্তৰ্ভূক্ত কৰিব পাৰি। দিব্য দত্ত (talk) 13:25, 20 জুন 2015 (UTC)

ছবিবোৰত আকাৰৰ ধাৰণা[সম্পাদনা কৰক]

মাছৰ ছবিবিলাকৰ বৰ্ণনাত মাছতো কিমান মান ডাঙৰ তাৰ বিষয়ে উল্লেখ কৰিলে ভাল হয়। নহ'লে কোনটো মাছ কিমান ডাঙৰ বুজা নাযায়।উদ্দীপতালুকদাৰ (talk) 19:21, 20 এপ্ৰিল 2012 (UTC)

অঞ্চলভেদে কিছুমান মাছৰ আকাৰৰ তাৰতম্য আছে । অলপ ক্ষেত্রভিত্তিক অধ্যয়নৰ প্রয়োজন হ'ব ৷ চেষ্টা কৰিম ৷ মৌচুমী (talk) 14:54, 23 এপ্ৰিল 2012 (UTC)

মোটামুটি আভাষ এটা দি থ'ব পাৰিলই হ'ল। যেনে, বটীয়া মাছৰ ছবিখন দেখি প্ৰথমে মোৰ মস্ত ডাঙৰ মাছ যেন লাগিছিল!উদ্দীপতালুকদাৰ (talk) 15:06, 23 এপ্ৰিল 2012 (UTC)

বাহু মাছ আৰু ভকুৱা একেবিধ মাছকে নকয় জানো? দিব্য দত্ত (talk) 13:25, 20 জুন 2015 (UTC)