বাৰ্তা:ইছলামিক ষ্টে'ট অৱ ইৰাক এণ্ড দ্য লেভাণ্ট

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

আপত্তি আছে![সম্পাদনা কৰক]

""এটি ছালাফি জেহাদবাদী সশস্ত্ৰ গোট"" বুলি কেনেকৈ গম পালে?ছালাফি কাক কয়? ISISক ISIS গোটৰ দ্বাৰাই নামাকৰণ কৰা উচিত! ই ছুন্নি ইছলামৰ ৱাহ্হাবি মৌলবাদী চিন্তা অনুসৰণ কৰে বুলি কৈছে আপুনি! ৱাহ্হাবিবোৰ মৌলবাদী কেনেকৈ? বাহ্হাব মানুহৰ নাম নে এটা দলৰ নাম? ছাজিদুল ইছলাম (talk) 15:23, 26 February 2017 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

এই প্ৰবন্ধত মতামত দিয়াৰ বাবে ধন্যবাদ। ৱাহ্‌হাবিৰ পাছত আৰু মৌলবাদীৰ আগত ',' থাকি গৈছিল। যোগ কৰি দিলো। ভুলৰ বাবে অত্যন্ত দুঃখিত।

ইয়াত 'ৱাহ্‌হাবি'ৰে মই 'ৱাহ্‌হাবিজম সম্বন্ধীয়' (ইয়াত ক্লিক কৰি চাওক- (WAHHABISM)) বুজাব খুজিছিলো। পিচে ৱাহহাবিজমকো কোনো কোনোৱে মৌলবাদী বুলি গণ্য কৰে (ৱাহহাবিজমৰ ওপৰত লিখিত ইংৰাজী ৱিকিপিডিয়াৰ প্ৰবন্ধৰ মতে)।

এই প্ৰবন্ধ আইছিছৰ ওপৰত ইংৰাজী ৱিকিপিডিয়াত লিখিত প্ৰবন্ধৰ ওপৰত ভিত্তি কৰি লিখা হৈছে (প্ৰায় অনুবাদ যেনেই)। তাতো আইছিলক 'ছালাফি জিহাদিষ্ট' বোলা হৈছে।

লিখা হৈছে: ' "The Islamic State of Iraq and the Levant (ISIL, IPA /ˈaɪsᵻl/), also known as the Islamic State of Iraq and Syria[note 1] (ISIS, /ˈaɪsᵻs/),[39] Islamic State (IS), and by its Arabic language acronym Daesh (Arabic: داعش‎‎ dāʿish, IPA: [ˈdaːʕɪʃ]),[40][41] is a Salafi jihadist unrecognised state and militant group that follows a fundamentalist, Wahhabi doctrine of Sunni Islam.[42][43][44][45][46][47][48] ISIL gained global notoriety in early 2014 when it drove Iraqi government forces out of key cities in its Western Iraq offensive,[49] followed by its capture of Mosul[50] and the Sinjar massacre.[51]" (ইয়াত ক্লিক কৰি চাওক)

ছালাফি জিহাদিষ্টৰ লগত যি পেজৰ লগত লিংক কৰা হৈছে, তাত এই শব্দ-গোট Gilles Kepelএ প্ৰথম ব্যৱহাৰ কৰা বুলি কোৱা হৈছে। ইয়াত ক্লিক কৰক

ভুল আঙুলিওৱাৰ বাবে ধন্যবাদ। আপুনি ইচ্ছা কৰিলে নিজেই এই প্ৰবন্ধত কাম কৰিব (সম্পাদনা আদি) পাৰে। নতুন তথ্য যোগ, ভুল তথ্য সলনি আদি কৰিব পাৰে। ৱিকিপিডিয়া মুক্ত বিশ্বকোষ, সকলোৱে সহায় কৰিব পাৰে। ্্্্ IKHazarika (talk) 11:12, 27 February 2017 (ইউ.টি.চি.) wৱesa[উত্তৰ দিয়ক]