বাৰ্তা:এনাস্থেচিয়া এৱাৰনেচ

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

"এনাস্থেচিয়া সচেতনতা" লিখিব পাৰি নেকি? — গীতাৰ্থ বৰদলৈ (talk) 14:41, 31 মাৰ্চ 2014 (UTC) ক'ব নোৱাৰিম, চিকিৎসা বিজ্ঞানৰ পৰিভাষা হয়, অসমীয়াত প্ৰতিশব্দ আছে নে নাই নাজানো। Saidul Islam 14:48, 31 মাৰ্চ 2014 (UTC)

"চেতনাহীন জাগৰণ" নাইবা "চেতনাহীন অভিজ্ঞতা" হ'ব নেকি ? দিব্য দত্ত (talk) 18:19, 26 মাৰ্চ 2015 (UTC)
সংজ্ঞাহৰণ-বিচ্যুতিত বিষানুভৱ  বা   সংজ্ঞাহৰণ-বিচ্যুতিত চেতনাধাৰণ  JBDVIJASDVI (talk) 19:27, 26 মাৰ্চ 2015 (UTC)