বাৰ্তা:ক্ষেত্ৰীয় গ্ৰামীণ বেংক

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

এনেকৈ ইংৰাজীত নামবোৰ দি থ'ব নোৱাৰি। অনুগ্ৰহ কৰি অসমীয়াত লিখক। — গীতাৰ্থ বৰদলৈ (talk) 18:38, 9 জুন 2012 (UTC)

শেষ কৰা নাই । ডাটাখিনি যঁটাই লৈছো। দুই এদিন লাগিব। ৰাণা ভৱানী চুতীয়া 00:50, 10 জুন 2012 (UTC)

সদস্যপৃষ্ঠালৈ স্থানান্তৰ[সম্পাদনা কৰক]

সদস্যপৃষ্ঠালৈ স্থানান্তৰ কৰাৰ মই বিৰোধিতা কৰিছোঁ। প্ৰবন্ধটোৰ গুৰুত্ব আছে। মই অলপ সজাই দিছোঁ। পোখালি টেগ লগাই দিছোঁ। পাছত অধিক তথ্য সংযোগ কৰিব পৰা যাব। --অম্লান বসুমতাৰী (talk) 12:10, 28 জুন 2012 (UTC)

ঠিক আছে| সজাই দি ভাল কৰিলা| এতিয়া টেগখন অতৰাই দিম বাৰু| বিষ্ণু শ‍ইকীয়া বাৰ্তা 12:12, 28 জুন 2012 (UTC)