বাৰ্তা:ক: য়াদ

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

ক: য়াদৰ মুক্তিৰ সঠিক তাৰিখটো কোনোবাই জানে নেকি? বান্ধোনৰ লগতে ৰজত কমল বঁটা পাইছিল ৰাষ্ট্ৰীয় মহোৎসৱত৷ গতিকে সেইসময়তে মুক্তি পোৱা নে পিছত পোৱা ধৰিব পৰা নাই ৷ -জলি বৰা (talk) 17:47, 10 জানুৱাৰী 2014 (UTC)

মোৰ বোধেৰে নামটো ক: য়াদ-ৰ সলনি কঃয়াদ হ'ব লাগে। --SlowPhoton (talk) 02:05, 21 August 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]