বাৰ্তা:ক: য়াদ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search

ক: য়াদৰ মুক্তিৰ সঠিক তাৰিখটো কোনোবাই জানে নেকি? বান্ধোনৰ লগতে ৰজত কমল বঁটা পাইছিল ৰাষ্ট্ৰীয় মহোৎসৱত৷ গতিকে সেইসময়তে মুক্তি পোৱা নে পিছত পোৱা ধৰিব পৰা নাই ৷ -জলি বৰা (talk) 17:47, 10 জানুৱাৰী 2014 (UTC)