বাৰ্তা:খগেন মহন্ত

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা
Khagen Mahanta & Family
Khagen & Archana

দুখন চিত্ৰ আপল’ড কৰা হ’ল| বিষ্ণু শ‍ইকীয়া বাৰ্তা 12:45, 27 জুন 2012 (UTC)

চিত্ৰ দুখনৰ কপিৰাইট আছেনে? ম‍ই ইতিমধ্যে খগেন মহন্ত, অৰ্চনা মহন্ত আৰু অঙ্গৰাগ মহন্তৰ কপিৰাইট সহ চিত্ৰৰ বাবে অঙ্গৰাগ মহন্তক মেইল কৰিছো| সঁহাৰিও পাইছো| আশাৰাখিছো অতি সোনকালে তেওঁ চিত্ৰখিনি পঠোৱাৰ ব্যৱস্থা কৰিব| -ধ্ৰুৱজ্যোতি শৰ্ম্মা (talk) 04:15, 28 জুন 2012 (UTC)

সম্পাদনা দ্বন্দ আঁতৰাই দিয়া হ'ল৷ ৰাইজৰ হাতত আৰু কিবা তথ্য থাকিলে সম্পাদনা কৰিব পাৰে৷ ফটো পালে পিছত লগাব পৰা হ'ব৷ Anjal Borah (talk) 10:08, 28 জুন 2012 (UTC)


ভাল বাৰু| চিত্ৰকেইখনৰ আংশিক কপিৰাইট আছে| সেয়ে কিন্তু জীৱিত ব্যক্তিৰ চিত্ৰৰ ভাল ব্যৱহাৰ অনুজ্ঞাপত্ৰৰ অধীনত এই দুখন আপলোড কৰিছো| আপুনি ফটোকেইখন পালে কমন্সত নিজা কামৰ অঘীনত আপলোড কৰিব| বিষ্ণু শ‍ইকীয়া বাৰ্তা 11:36, 28 জুন 2012 (UTC)