বাৰ্তা:খটীয়া পহু

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

@Abhijitsarma123: সুগৰী পহু আৰু খটিয়া পহু বেলেগ নেকি? যদিহে বেলেগ তেন্তে এই প্ৰবন্ধটো অতিশয় চমু হোৱাৰ বাবে পাৰ্থক্যটো বুজা নগ'ল। অনুগ্ৰহ কৰি বহলাই লিখিবচোন।---Chandan Chiring Phukon Chat 13:30, 14 মে' 2022 (ইউ.টি.চি.)