বাৰ্তা:খুছৱন্ত সিং

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

খুচৱন্ত, খুছৱন্ত, খুশৱন্ত? — গীতাৰ্থ বৰদলৈ (talk) 18:14, 20 মাৰ্চ 2014 (UTC)

অ' এইটো ভূল হৈ গ'ল। খুশৱন্ত বাংলাত লিখা আছে, খুশৱন্ত এ হ'ব ছাগে Saidul Islam 18:29, 20 মাৰ্চ 2014 (UTC)

অসমীয়া বাতৰি কাকতসমূহত 'খুছৱন্ত সিং' বুলি উল্লেখ কৰিছে৷ জলি বৰা (talk) 04:13, 21 মাৰ্চ 2014 (UTC)
বানানটো খুশৱন্ত সিং হ'লে ভাল হয় । JyotiPN (বাৰ্তা) 15:00, 27 মে' 2021 (ইউ.টি.চি.)JyotiPN