বাৰ্তা:গোলাই ছিৰিজ

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

তথ্যউৎস[সম্পাদনা কৰক]

সাধাৰণভাৱে ৰেফাৰেন্সৰ এখন তালিকা দিয়াৰ সলনি ৱিকিপিডিয়াত গুৰুত্বপূৰ্ণ শাৰীবোৰৰ পাছত তথ্যউৎস উল্লেখ কৰিব লাগে। ইয়াৰ বাবে দুটা সঁজুলি আছে। Reftoolbar বা Hotcat সঁজুলিটো "পছন্দসমূহ>গেজেট>সম্পাদনাৰ সহায়ক আহিলাসমূহ" অংশলৈ গৈ সক্ৰিয় কৰি ল'ব পাৰিব। ৰেফটুলবাৰ উৎস সম্পাদনা কৰোঁতে "উদ্ধৃতি" বুলি লিংকত পাব আৰু হট্‌কেট পৃষ্ঠাৰ তললৈ পাব। — গীতাৰ্থ বৰদলৈ (talk) 18:30, 28 January 2020 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

গোলাই ছিৰিজ[সম্পাদনা কৰক]

Jks01021965 (talk) 13:37, 29 January 2020 (ইউ.টি.চি.) কুমুদেশ্বৰ বৰঠাকুৰ ৰচনা সংগ্ৰহ (১ম খণ্ড) ১৯৯৭ চনতে প্ৰকাশ পাইছে। কুমুদেশ্বৰ বৰঠাকুৰ ৰচনা সংগ্ৰহ (২ম খণ্ড)ত এই ছিৰিজৰ কিছু পুথি সন্নিবিষ্ট থাকিব। এই সম্পৰ্কে খবৰ ৰখা উচিত হ'ব। দ্বিতীয়তে বন্দিতা ফুকনৰ লগত ইয়াৰে কিছু পুথি থাকিব পাৰে।[উত্তৰ দিয়ক]