বাৰ্তা:চুক্লেন্‌মুং

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক

"চুক্লেংমুং" নে "চুক্লেনমুং" হ'ব? Ani ttbr (talk) 11:05, 24 মাৰ্চ 2013 (UTC)

বুৰঞ্জীৰ কিতাপত চুক্লেনমং আৰু চুক্লেনমুং এই দুইধৰণে পাইছো। চুক্লেংমুং টেগটোত প্ৰৱন্ধটো সৃষ্টি কৰাৰ পিছত ম'বাইলত পৃষ্ঠাটোৰ নাম সলাব নোৱাৰিলো। আহোম ৰাজবংশ সাঁচটো থিক কৰি চুক্লেনমুংৰ পৰা পুনৰ্নিৰ্দেশ এটাকে দি থৈছিলো। কাৰণ বানানটো সম্পৰ্কে নিশ্চিত নহ'লো।নিয়ৰপৰশ (talk) 13:58, 24 মাৰ্চ 2013 (UTC)