বাৰ্তা:চেতনা দাস

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

চন্দ্ৰমুখী, যোধা আকবৰত চেতনা দাস?? ইং ৱিকিতে দিয়া আছে। — গীতাৰ্থ বৰদলৈ (talk) 10:28, 10 ডিচেম্বৰ 2012 (UTC)

হিন্দীকেইখনত অভিনয় কৰা গৰাকী বেলেগ চেতনা দাস। গুগলত ছাৰ্ছ মাৰি যি পাইছে, তাকে বহুৱাই দিছে ইংৰাজীটোত। প্ৰায় একে নামৰ আৰু কেইগৰাকীমান অভিনেত্ৰী আছে। বিশেষকৈ এগৰাকী বি-গ্ৰেডৰ ছবিৰ অভিনেত্ৰীৰ নাম যেন পাইছোঁ। কাৰণ নামটো chetana das, chetna das, chetana d, chetna ইত্যাদি বিভ্ন্ন নামেৰে পোৱা যায়।উদ্দীপতালুকদাৰ (talk) 12:50, 10 ডিচেম্বৰ 2012 (UTC)
ইয়াত চেতনা দাসৰ চলচ্চিত্ৰ সমূহৰ নাম দিয়া আছে। Ani ttbr (talk) 12:52, 10 ডিচেম্বৰ 2012 (UTC)
imdb-ও ৱিকিপিডিয়াৰ দৰে সদস্যসকলৰপৰা ইনপুট লৈ নিৰ্মিত ৱেবছাইট। সেয়ে তাতো পূৰা শুদ্ধ থকা বুলি ধৰিব নোৱাৰি। এইটো পৃষ্ঠাত চব গোলমাল কৰি পেলাইছে। এইটো ৱেবছাইটৰ মতে এইখনৰ বিষ্ণু খাৰঘৰীয়া, চেতনা দাস চব আছে। চিনেমাখনত ইউটিউবত আছে। কাৰোবাৰ ধৈৰ্য আছে যদি চাই খাটাং হ'ব পাৰে!-উদ্দীপতালুকদাৰ (talk) 12:58, 10 ডিচেম্বৰ 2012 (UTC)
যোধা আকবৰ জাতীয় বোলছবিবোৰত চেতনা দাস নাই বুলি ধৰি ল'ব পাৰি, নহ'লে কাগজে-পত্ৰই পালোঁহেঁতেন। আই এম ডি বি ঢেৰ হিন্দী চিনেমাৰ নাম আছে! সন্দেহ থকাবোৰ নিলিখাই ভাল। — গীতাৰ্থ বৰদলৈ (talk) 13:36, 10 ডিচেম্বৰ 2012 (UTC)