বাৰ্তা:জোনমণি ৰাভাৰ দুৰ্ঘটনা

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

উল্লেখযোগ্যতা[সম্পাদনা কৰক]

সম্পাদক/সম্পাদকসকলৰ সুবিধাৰ্থে ব্যক্তি বিশেষৰ উল্লেখযোগ্যতাৰ বিষয়ে নীতিসমূহ ইয়াতে ৰখা হ'ল।- চন্দন চিৰিং ফুকন ||✉️ 14:03, 19 May 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

"কেৱল অপৰাধমূলক ঘটনা বা বিচাৰৰ সন্দৰ্ভত জনাজাত ব্যক্তি এজন সাধাৰণতে পৃথক ৱিকিপিডিয়া প্ৰবন্ধৰ বিষয় হ'ব নালাগে যদিহে কোনো বিদ্যমান প্ৰবন্ধত সেই ব্যক্তিজনৰ সৈতে সম্পৰ্কিত উপলব্ধ বিশ্বকোষীয় সমলসমূহ অন্তৰ্ভুক্ত কৰিব পাৰি।"

এতিয়া কথাটো হ'ল উক্ত দূৰ্ঘটনাটো বা ব্যক্তিগৰাকীৰ সম্পৰ্কে তথ্য বিশ্বকোষত থাকিবলগীয়া হয় নে? যদি হয় তেন্তে কিয়? এই বিষয়ত সম্পাদকক যুক্তি দৰ্শাবলৈ অনুৰোধ জনালোঁ।চন্দন চিৰিং ফুকন ✉️ 04:36, 27 May 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

অপ্ৰয়োজনীয় প্ৰবন্ধ। এনে ঘটনা প্ৰতিদিনে পৃথিৱীত ঘটি থাকে, প্ৰত্যেকটো এনে ঘটনা সম্পৰ্কে প্ৰবন্ধ লিখিবলৈ হ’লে ৱিকিপিডিয়া বিশ্বকোষ নহৈ “বাতৰি ৱেবছাইট”হে হ’বগৈ। দিব্য দত্ত (বাৰ্তা) 05:51, 27 May 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
একমত। Joli Rumi (বাৰ্তা) 14:26, 27 May 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
আলোচনামৰ্মে বিলোপ কৰা হ’ল। দিব্য দত্ত (বাৰ্তা) 16:38, 20 June 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]